• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়; কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 9:08 am

2 min read

1-10-750x375-750x375
684
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ বাবে লকডাউনৰ সময়ছোৱাত গৃহ শিক্ষণৰ পৰা আনুষ্ঠানিক বিদ্যালয় শিক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয় খোলাৰ ক্ষেত্ৰত সুষম ব্যৱস্থা নিশ্চিত কৰিবলৈ কেন্দ্ৰই কিছু নিৰ্দেশনা জাৰি কৰিছে।

বিদ্যালয় খোলাৰ বাবে সোমবাৰে শিক্ষা মন্ত্ৰ্যালয়ে জাৰি কৰা নতুন নিৰ্দেশনাত বিদ্যালয় চৌহদসমূহ পৰিষ্কাৰ তথা বীজানুমুক্ত কৰা, উপস্থিতিৰ ক্ষেত্ৰত শিথিলতা, তিনি সপ্তাহলৈকে কোনো পৰ্যালোচনা নৰখা আৰু বিৰতিৰ পাছত বিদ্যালয়লৈ অহাৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰতগুৰুত্ব আৰোপ কৰিছে।

আনহাতে, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ স্থানীয় প্ৰয়োজনীয়তা অনুসৰি স্বাস্থ্য তথা সুৰক্ষাৰ সাৱধানতাৰ ক্ষেত্ৰত নিজাকৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

অহা ১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিবলগীয়া বিদ্যালয়সমূহৰ বাবে এলানি নিৰ্দেশনাত মন্ত্ৰ্যালয়ে কৈছে যে বিদ্যালয়সমূহে বিদ্যালয় চৌহদত থকা আচবাব পত্ৰ, সা-সঁজুলি, ছপা সামগ্ৰী, ভৰাঁলঘৰ, পানীৰ টেংকি, পাকঘৰ, কেন্টিন, ৱাছৰুম, লেবৰেটৰী, লাইব্ৰেৰীকে ধৰি সকলো অঞ্চল পৰিষ্কাৰ তথা বীজানুমুক্ত কৰিব লাগিব।

তদুপৰি, বন্ধ কোঠাত বতাহৰ চলাচল নিশ্চিত কৰিবলৈকো কোৱা হৈছে।

সেইদৰে বিদ্যালয়সমূহক ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত তেওঁলোকৰ নিজা এছ অ’ পি প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিব পাৰে বুলিও কেন্দ্ৰই নিৰ্দেশনাত কৈছে।

বিদ্যালয়সমূহে শাৰিৰীক বা সামাজিক দূৰত্বৰ নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত  অভিভাৱকৰ সৈতে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা জাননী, পোষ্টাৰ, মেচেজসমূহ দৃষ্টিত পৰাকৈ প্ৰদৰ্শন কৰা তথা প্ৰচাৰ কৰাটো নিশ্চিত কৰিব লাগিব বুলিও নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd