• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইবলা ভাইৰাছৰ পুনৰ সংহাৰী ৰূপ, পশ্চিম আফ্ৰিকাত তিনিজনৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 8:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকা মহাদেশৰ বিভিন্ন দেশত শেহতীয়াকৈ ইবলা ভাইৰাছে পুনৰ সংসাৰী ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰ গিনীত তিনিজন লোক মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন লোক আক্ৰান্ত হৈ আছে।

Apply Now

কভিডকালীন সময়ছোৱাতে পুনৰ সংসাৰী ৰূপ লোৱা ইবলা ভাইৰাছক গিনী চৰকাৰে মহামাৰী হিচাপে ঘোষণা কৰিছে।

ইবলা ৰোগীসকলৰ প্ৰধান লক্ষণ হৈছে ডায়েৰীয়া, বমি আৰু ৰক্তক্ষৰণ।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে তেওঁলোকক হস্পিতালৰ আন ৰোগীসকলৰ পৰা পৃথকে ৰখা হৈছে।

দেওবাৰে আফ্ৰিকাৰ আন এখন দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোতো চাৰিজনকৈ লোকৰ শৰীৰত ইবলা ভাইৰাছ পোৱা গৈছিল।

উল্লেখযোগ্য যে ২০১২ৰ পৰা ২০১৬ চনলৈকে পশ্চিম আফ্ৰিকাত সংহাৰী ৰূপ ধাৰণ কৰা ইবলা ভাইৰাছে ১১,৩০০ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল।

ইবলাই সংহাৰ ৰূপ ধাৰণ কৰা দেশকেইখন আছিল গিনী, লাইবেৰীয়া আৰু ছিয়েৰা লিঅ’ন।

বাতৰিত প্ৰকাশ পোৱা মতে, গিনীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ স’তে ইবলা প্ৰতিৰোধী ভাইৰাছৰ সম্পৰ্কে আলোচনা কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd