DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহিলা-শিশুৰ পুষ্টিৰ বাবে নতুন পুষ্টিকৰ খাদ্য: বজাৰত মোদীৰ ফটো সম্বলিত চকলেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2022 12:14 pm
Modi chocolate
168
VIEWS
Share on FacebookShare on Twitter

পুষ্টিৰ অভাৱত পৰা মহিলা তথা শিশুৰ বাবে সুখবৰ! পুষ্টিৰ যোগান ধৰিব পৰা এবিধ নতুন চকলেট বজাৰত মুকলি হৈছে। এই পুষ্টিকৰ চকলেটৰ এক বিশেষত্বও আছে। সেয়া হৈছে, এই চকলেটৰ আৱৰণত আছে প্ৰধানমন্ত্ৰী মোদীৰ হাস্যবদন মুখাৱয়বৰ ছবি!

এই চকলেটটোৰ আন এটা লক্ষ্যণীয় দিশো আছে। কিয়নো শাসনাধিষ্ঠ বিজেপি চৰকাৰে মুকলি কৰিছে এই চকলেট।

গুজৰাট বিজেপিয়ে পুষ্টিহীনতা থকা শিশুসকলৰ বাবে পুষ্টিৰ বাবে চীনাবাদামৰ এই বিশেষ চকলেটবিধ মুকলি কৰিছে।

গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলৰ নেতৃত্বত আৰম্ভ কৰা এই চকলেটৰ নমুনা দেওবাৰে সাংসদসকলৰ মাজত বিতৰণ কৰা হয়।

প্ৰধানমন্ত্ৰী মোডীৰ ফটোৰ সৈতে পেকেটবোৰত চকলেটবিধৰ উপাদানসমূহৰ বিৱৰণ উল্লেখ কৰা হৈছে।

বিজেপি সাংসদ দুষ্মন্ত সিঙে চকলেটবিধৰ পুষ্টিৰ গুণাগুণ সন্দৰ্ভত এটা টুইটো কৰিছে।

দুষ্মন্ত সিঙে টুইটটোত লিখিছে, “স্বাস্থ্যকৰ ভাৰতৰ নিৰ্মাণৰ বাবে দেশৰ মহিলা তথা শিশুৰ উপযুক্ত পোষণ হোৱা অতি জৰুৰী। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মোজীজীৰ প্ৰেৰণাত মহিলা তথা শিশুৰ বাবে এক স্বাস্থ্যবৰ্দ্ধক চকলেট।”

টুইটটোৰ লগত সাংসদজনে নিজে এই বিশেষ চকলেটবিধ খাই থকা এখন ফটোও প্ৰচাৰ কৰিছে।

 

स्वस्थ भारत के निर्माण के लिए देश में महिलाओं एवं बच्चों का योग्य पोषण होना बेहद आवश्यक है। देश के यशस्वी प्रधानमंत्री श्री @narendramodi जी की प्रेरणा से महिलाओं तथा बच्चों के लिए एक स्वास्थ्यवर्धक चॉकलेट… pic.twitter.com/tm6wphFzxB

— Dushyant Singh (@DushyantDholpur) April 4, 2022

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ ফটোৰ জৰিয়তে বিজেপিৰ কৌশলী প্ৰচাৰ দেশত নতুন কথা নহয়। ইয়াৰ পূৰ্বেও সামগ্ৰী কঢ়িওৱা মোনাৰ পৰা খাদ্যৰ পেকেজিঙলৈকে মোদীৰ ফটো ব্যৱহাৰ কৰি বিজেপিয়ে কৌশলীভাৱে প্ৰচাৰ চলাইছে।

আনহাতে চলিত বছৰতে গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৃষ্ট কৰিবলৈ তথা মন মুহিবলৈও বিজেপিয়ে এই চকলেটবিধ মুকলি কৰি দিছে বুলি অনুমান কৰা হৈছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd