• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 31, 2023 8:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় এক দশক পূৰ্বে উত্থাপিত এক ধৰ্ষণৰ অভিযোগত দোষী সাৱ্যস্ত হৈছে স্বঘোষিত গডমেন আছাৰাম বাপু। তেওঁক সোমবাৰে গুজৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰে। তেওঁৰ বিৰুদ্ধে এগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অভিযোগ আছিল। মঙলবাৰে গোচৰটোৰ শাস্তি ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।

দহ বছৰ পূৰ্বে আছাৰাম বিৰুদ্ধে মোতেৰাৰ তেওঁৰ আশ্ৰমত এগৰাকী চুৰাট নিবাসী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ আছিল। তেওঁৰ পত্নী আৰু পুত্ৰ-কন্যাৰ বিৰুদ্ধেও অভিযোগ উঠিছিল। ৭৭ বছৰীয়া ধৰ্মগুৰুজনক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

সেই একেটা গোচৰতে আছাৰামক দোষী সাব্যস্ত কৰা হৈছে। অৱশ্যে আদালতে তেওঁৰ পত্নী, পুত্ৰ, কন্যাকে ধৰি আন ছয়জনক নিৰ্দোষী বুলি ৰেহাই দিছে। আছাৰাম বাপু বৰ্তমান যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।

Apply Now

আছাৰামৰ বিৰুদ্ধে ২০১৩ চনত ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, বলপূৰ্বক বন্দী কৰি ৰখা, অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা, বিকৃত যৌন কামনাকে ধৰি বিভিন্ন অভিযোগ উঠিছিল।

ইপিনে, ২০২১ চনৰ ৬ অক্টোবৰত দুগৰাকী শিষ্যাই চুৰাট আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল। এগৰাকীয়ে আছাৰামৰ বিৰুদ্ধে আৰু আনগৰাকীয়ে তেওঁৰ পুত্ৰ নাৰায়ণ চাইৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। আছাৰামৰ বিৰুদ্ধে থকা অভিযোগবোৰ পিছত চান্দখেড়া আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছিল। আশ্ৰমৰ ভিতৰতে ধৰ্ষণৰ অভিযোগ কৰা হৈছিল।

২০১৩ চনত, আছাৰামৰ বিৰুদ্ধে আশ্ৰমৰ সীমাৰ ভিতৰতে এগৰাকী নাবালিকাক  ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তেতিয়া তেওঁক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত যোধপুৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। এইবাৰ পুনৰ তেওঁক ধৰ্ষণৰ গোচৰতে দোষী সাব্যস্ত কৰা হৈছে।

আনহাতে, অতীতত আছাৰামৰ বিৰুদ্ধে এই অভিযোগক লৈ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এগৰাকী স্বঘোষিত গডমেন আছাৰামৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ বিতৰ্ক তুংগত উঠিছিল। তেওঁৰ জীৱনশৈলী সম্পৰ্কেও বহুতো প্ৰশ্ন আছে। তেওঁ বৰ্তমান কাৰাগাৰত আছে। অৱশ্যে, তেওঁ পুনৰ ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ বাবে অধিক সমস্যাত পৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

সেইদৰে, কেৱল আছাৰাম বাপুই নহয়, ৰাম ৰহিম নামৰ আন এগৰাকী স্বঘোষিত গুৰুৰ বিৰুদ্ধেও এটাৰ পিছত এটা অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাকে ধৰি কেইবাটাও অভিযোগ আছিল। অৱশ্যে, ৰাম ৰহিমৰ ঘটনাও সমগ্ৰ দেশতে যথেষ্ট চৰ্চিত। এইবাৰ পুনৰ চৰ্চালৈ আহিছে আছাৰাম বাপুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd