• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাৰ হাতলৈ গুজৰাট! আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, চকু নিবদ্ধ দেশবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 10:17 am
Gujarat Election
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত বহুচৰ্চিত গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ ৮৯খন বিধানসভা আসনত ভোটদান কৰি জনসাধাৰণে নিৰ্ণয় কৰিব গুজৰাটৰ ক্ষমতা কাৰ হাতলৈ যাব। অৱশ্যে ইতিমধ্যে ধাৰাবাহিকভাৱে ছয়টাকৈ কাৰ্যকাল শাসনত অধিষ্ঠিত থকা বিজেপিয়ে সপ্তমবাৰৰ বাবে গুজৰাটৰ মচনদ দখলৰ প্ৰায় সম্ভাৱনা আছে।

১৯৯৫ চনৰ পৰা ৰাজ্যখনত শাসন চলাই অহা বিজেপিৰ বাবে এতিয়া আসনৰ সংখ্যা বৃদ্ধি কৰাটো অন্যতম লক্ষ্য হৈ পৰিছে। ২০০২ চনৰ পৰা দলটোৱে দখল কৰা আসনৰ সংখ্যা ক্ৰমে সংকুচিত হৈ আহিছে। ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ অনা আসনৰ সংখ্যা ১৩৭ ৰ পৰা ৯৯ লৈ হ্ৰাস পাইছে।

Apply Now

ৰাজ্যৰ ১৮২ খন আসনৰ ভিতৰত ১৪০ খন আসন দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰি দলটোক পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰি আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ১৪০ খন আসনৰ লক্ষ্যৰে বিজেপিয়ে হাই ভল্টেজ অভিযান চলাইছে। বিজেপিৰ এই লক্ষ্যৰ সমুখত কিছু মাত্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি, চমুকৈ আপ- এ।

ৰাজ্যখনত এইবাৰ জোৰদাৰ ৰাজনৈতিক প্ৰচাৰত নামি পৰিছে আপ। ৰাজ্যৰ জনসাধাৰণক আকৃষ্ট কৰাৰ উদ্দেশ্যে আপ- এ দিল্লী চৰকাৰৰ দৰেই জনসাধাৰণক কেইটামান বিশেষ প্ৰতিশ্ৰুতি দিছে। যোৱা সময়ছোৱাত দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে বহু দিন ৰাজ্যৰ ৰাজনীতিত দখলৰ লক্ষ্যৰে গুজৰাটত কটাইছে।

চলিত বৰ্ষৰ আৰম্ভণিতে পঞ্জাৱত লাভ কৰা ব্যাপক বিজয়ৰ দ্বাৰা উৎসাহিত হৈ আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গুজৰাটক দলটোৰ পৰৱৰ্তী লক্ষ্য হিচাপে গঢ়ি তুলিছে। ইতিপূৰ্বেই কেজৰিৱালে ২০১৮ চনৰ গুজৰাটত অনুষ্ঠিত হোৱা নিৰ্বাচনত একাউণ্ট খুলিব নোৱাৰা আপে ৯২খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে।

শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিল্লীত থকা দলৰ চৰকাৰৰ শাসনৰ আৰ্হিৰ আধাৰত গুজৰাট দখলৰ হাবিয়াস কৰা আপৰ মুৰব্বীগৰাকীয়ে ইতিমধ্যে কংগ্ৰেছক ধূলিস্যাত কৰিছে। ২০১৮ চনত ৭৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰধান বিৰোধী হিচাপে থকা কংগ্ৰেছৰ সম্ভাৱনা প্ৰায় শূন্য কৰি তুলিছে আপৰ জোৰদাৰ ৰাজনৈতিক প্ৰচাৰে।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আপৰ প্ৰত্যাহ্বান খাৰিজ কৰি “আপ গুজৰাটৰ জনসাধাৰণৰ মনতেই নাই” বুলি আপৰ শক্তিক সম্পূৰ্ণ উলাই কৰিছে। আপৰ সম্ভাৱনা নাকচ কৰি অমিত শ্বাহে কয়, “নিৰ্বাচনৰ ফলাফললৈ অপেক্ষা কৰক, হয়তো সফল প্ৰাৰ্থীৰ তালিকাত আপৰ নাম নাথাকিব।”

উল্লেখ্য যে আজি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৮৯ খন আসন কুচ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ ১৯খন জিলাৰ লগতে ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত বিস্তৃত হৈ আছে। আজি এই ৮৯ আসনত ৰাজ্যখনৰ আগন্তুক চৰকাৰৰ ভাগ্য নিৰ্ণয় কৰাৰ পিছত ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।৮ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd