• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেলেণ্টাইন ডে’ত পত্নীক অমূল্য উপহাৰ দিলে স্বামীয়ে,কি উপহাৰ? জানিলে ভাল লাগিব আপোনাৰো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 5:49 pm

1 min read

a kid
371
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ বিশ্বজুৰি পালন হৈছে প্ৰেমৰ দিন ভেলেণ্টাইন ডে’।

আজিৰ দিনটোতে প্ৰেমিক-প্ৰেমিকাই প্ৰেমৰ নতুন সংকল্প গ্ৰহণ কৰি আহিছে।

ভেলেণ্টাইন ডে’ৰ সৈতে জৰিত হৈ থাকে উপহাৰৰ কথা। প্ৰেমিক-প্ৰেমিকাই  নানান উপহাৰৰ আদান-প্ৰদানেৰে মৰমৰ বিনিময় কৰে।

প্ৰেমৰ দিনটোতে আজি  আহমেদাবাদৰ এগৰাকী স্বামীয়ে তেওঁৰ পত্নীক দিলে এক বিশেষ উপহাৰ।

আহমেদাবাদ নিবাসী বিনোদ নামৰ লোক জনৰ পত্নী ৰীতাবেন দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে কিডনিৰ ৰোগত।

শৰীৰৰ দুয়োটা কিডনিয়েই বিকল হৈ পৰাৰ উপক্ৰম ঘটিছিল ৰীতাবেনৰ। চিকিৎসকৰ মতেও এনেদৰে থাকিলে ৰীতাবেনৰ জীয়াই থকাৰ আশা তেনেই কম।

এনে বিষম পৰিস্থিতিত স্বামী বিনোদে পত্নীৰ বাবে ল’লে এক বিশেষ সিদ্ধান্ত।বিনোদে  ৰোগগ্ৰস্ত পত্নীক তেওঁৰ এটা কিডনি দান কৰাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে আজিৰ এই প্ৰেমৰ দিনটোতে তেওঁ  পত্নী ৰীতাবেনৰ বাবে কিডনি দান কৰে।

আজি পুৱাই চিকিৎসকে অস্ত্ৰোপচাৰ কৰি বিনোদৰ কিডনি এটা ৰীতাবেনৰ দেহত সংৰোপন কৰাৰ দিহা কৰে। প্ৰেমৰ দিনটোতে পত্নীক কিডনি দান কৰিবলৈ পাই অতিকৈ সুখী বিনোদ।

অস্ত্ৰোপচাৰ কক্ষলৈ যোৱাৰ পূৰ্বে বিনোদে কৈ গ’ল —প্ৰেমৰ দিনত  পত্নীক দিব পৰা ইয়াতকৈ আৰু মূল্যৱান কিবা উপহাৰ থাকিব পাৰে বুলি তেওঁ নাভাবে।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd