• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL Final 2022: ৰাজস্থানক ৭ উইকেটত পৰাস্ত কৰি আৱিৰ্ভাৱতেই আইপিএলৰ চেম্পিয়ন হাৰ্দিকৰ গুজৰাট টাইটানছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2022 7:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভুল প্ৰমানিত হ’ল ৰাজস্থান ৰয়েলছৰ। সঞ্জু চেমছনে যেন উইকেটৰ চৰিত্ৰ বুজি পোৱাত ভুল কৰিলে। আৰু তাৰেই মূল্য ভৰি ফাইনেলত পৰাজিত হ’ব লগা হ’ল ৰাজস্থান ৰয়েলছ। হাতত কম ৰাণলৈ কিছু সময়ৰ বাবে যুঁজিব পাৰে যদিও জিকিব নোৱাৰি। ফলত সঞ্জুৰ ৰাজস্থানক পৰাভূত কৰি হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে আৱিৰ্ভাৱতেই আই পি এল  ২০২২ৰ খিতাপ আজুৰি নিলে।

গুজৰাটৰ বাবেও আৰম্ভণিটো ভাল নাছিল। ঋদ্ধিমান সাহা মাত্ৰ ৭ ৰাণতে আউট হৈছিল। মেথিউ ৱেডেও বেছি ৰাণ সংগ্ৰহ কৰিব পৰা নাছিল। কিন্তু হাৰ্দিকে শুভমন গীলৰ সৈতে যুঁজ অব্যাহত ৰাখে। তৃতীয় উইকেটৰ যুটীত ৪৬ ৰাণৰ বৰঙণিয়ে খেলখনত পাৰ্থক্য আনিছিল। বাকী কামটো ‘কিলাৰ’ ডেভিদ মিলাৰ আৰু শুভমনে সমাপন কৰে। শুভমনে ছয় মাৰি দলটোৰ প্ৰথম আই পি এলৰ খিতাপ নিশ্চিত কৰে।

Apply Now

প্ৰথমবাৰৰ বাবে আইপিএলৰ ফাইনেলৰ দৰে এখন বৃহৎ মেচ খেলা গুজৰাট দলটোক বুজি পোৱাৰ কোনো উপায় নাছিল। তেওঁলোকৰ দৃঢ় মানসিকতা বাইশ গজৰ যুঁজত প্ৰতিফলিত হৈছিল। ফাইনেলত হাৰ্দিক, মহম্মদ ছামী, ৰছিদ খানে বলত আধিপত্য বিস্তাৰ কৰিছিল। যুৱ সাই কিশোৰে বলিং আৰু দুটা গুৰুত্বপূৰ্ণ কেচৰ সৈতে যোগ্য সহযোগ দিছিল। ফলস্বৰূপে, ৰাজস্থানে প্ৰথমে বেটিং কৰি ৯ উইকেটত ১৩০ ৰাণতে ইনিংছ সামৰিবলগীয়া হয়।

𝗖. 𝗛. 𝗔. 𝗠. 𝗣. 𝗜. 𝗢. 𝗡. 𝗦! 🏆 🙌

That moment when the @gujarat_titans captain @hardikpandya7 received the IPL trophy from the hands of Mr. @SGanguly99, President, BCCI and Mr. @JayShah, Honorary Secretary, BCCI. 👏 👏#TATAIPL | #GTvRR pic.twitter.com/QKmqRcemlY

— IndianPremierLeague (@IPL) May 29, 2022

ইডেন গাৰ্ডেনত প্ৰথম কোৱালিফায়াৰৰ পিছত এলিমনেটৰতো জছ বাটলাৰে আধিপত্য বিস্তাৰ কৰিছিল। চলিত আইপিএলত তেওঁএক অনবদ্য কৃতিত্ব অৰ্জন কৰিছে। তেওঁ মুঠতে চাৰিটা শতক অৰ্জন কৰিছে। ডেভিদ ৱাৰ্ণাৰৰ অভিলেখ ভংগ কৰি তেওঁ আইপিএলত সৰ্বকালৰ সৰ্বাধিক ব্যক্তিগত ৰাণ অভিলেখ গঢ়িছে। বাটলাৰে দেওবাৰেও ৰাজস্থানৰ হৈ সৰ্বাধিক স্ক’ৰ কৰিছিল। কিন্তু তেওঁ মাত্ৰ ৩৯ ৰাণহে কৰিবলৈ সক্ষম হৈছিল। ৰাজস্থানৰ ড্ৰেছিং ৰুমক সকাহ দিয়াৰ বাবে ই যথেষ্ট নাছিল।

যোৱা বছৰৰ পৰা হাৰ্দিকৰ বলিং সম্পৰ্কে বহু চৰ্চা হৈছে। পিঠিৰ আঘাত, অস্ত্ৰোপচাৰ সকলো মিলি হাৰ্ডিকে বলিং কৰাই এৰি দিছিল। আনকি তেওঁ ৰাষ্ট্ৰীয় দলৰহৈ বল নকৰা সম্পৰ্কে প্ৰশ্নও উঠিছিল। তেওঁকো আনকি দলৰ পৰা বাদ দিয়া হৈছিল। এইবাৰ ফাইনেলৰ আগতে তেওঁক বেছি হাত ঘুৰোৱা দেখা যোৱা নাছিল। কিন্তু বৃহৎ খেলখনত বলৰ সৈতে তেওঁৰ পূৰ্বৰ চমক দেখা গ’ল। গুজৰাটৰ অধিনায়কজনে মাত্ৰ ১৭ ৰাণত ৩ টা উইকেট দখল কৰে। তেওঁৰ চিকাৰৰ তালিকাত আছিল প্ৰতিপক্ষৰ শীৰ্ষ তিনিজন বেটছমেন। বাটলাৰ, সঞ্জু চেমছন আৰু চিমৰন হেটমেয়াৰ।

ছামী, ৰছিদ খান আৰু সাই কিশোৰে হাৰ্দিকক সঠিক সহযোগ আগ বঢ়াইছিল। ৰছিদে মাত্ৰ ১৮ ৰাণৰ বিনিময়ত ১ টা উইকেট দখল কৰে। সাইয়ে ২০ ৰাণত  দখল কৰে ২ টা উইকেট।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd