• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ গুজৰাটত শিক্ষাৰ পয়ালগা অৱস্থা; ৩৪১ খন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এটা শ্ৰেণীকোঠা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2024 2:22 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিজৰ ৰাজ্য গুজৰাটতে শিক্ষাৰ অৱস্থা শোচনীয়। শিক্ষামন্ত্ৰীৰ তথ্য অনুসৰিয়েই বিজেপিৰ শাসিত গুজৰাটৰ শিক্ষা ব্যৱস্থাৰ সেই অৱস্থা। জনা গৈছে যে গুজৰাটৰ মুঠ ৩৪১খন প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ সংখ্যা মাত্ৰ এটা। কেৱল সেয়াই নহয়, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰো যথেষ্ট কম।

২০২৩ চনত শিক্ষা ব্যৱস্থা সন্দৰ্ভত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰধানমন্ত্ৰীৰ নিজৰ ৰাজ্যৰ ২৫ শতাংশ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গুজৰাটী ভাষা পঢ়িব নোৱাৰে বুলি প্ৰকাশ পাইছে।

আনহাতে, ৰাজ্যৰ প্ৰায় ৪৭.২০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী পঢ়িব নোৱাৰে। এই তথ্য প্ৰকাশ পোৱাৰ পিছতে বিৰোধীয়ে সৰৱ হৈ পৰিছে।

Apply Now

লগতে পঢ়কঃ পুলৱামাত মোডীৰ ভূমিকাক লৈ প্ৰশ্ন কৰা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ঘৰত CBI তালাচী!

বাতৰি মতে, বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰশ্নোত্তৰ অধিৱেশনৰ সময়ত কংগ্ৰেছৰ বিধায়ক কিৰিট পেটেলে গুজৰাটৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। সেই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী কুবেৰ ডিন্দোৰে বিভিন্ন তথ্য আগবঢ়ায়। মন্ত্ৰীৰ সূত্ৰৰ পৰাই এই তথ্য জানিব পৰা গৈছে।

গুজৰাটৰ ৩৪১খন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এটা শ্ৰেণীকোঠা আছে। আনকি শ্ৰেণীকোঠাৰ অৱস্থাও পুতৌজনক। কাৰণ, বিদ্যালয় নিৰ্মাণ কৰিবলৈ মাটিৰ অভাৱ। লগতে জনা যায় যে ২০২৩ চনৰ ডিচেম্বৰ পৰ্যন্ত প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি শিক্ষা বিভাগত এতিয়াও ১৪০০ৰো অধিক পদ খালী হৈ আছে।

কংগ্ৰেছৰ বিধায়ক কিৰিট পেটেলে কয়, ‘শিক্ষা ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত গুজৰাট ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰতো নাই। বিজেপিয়ে কেৱল প্ৰচাৰ চলাই আছে। আচলতে ক্ষমতালৈ অহাৰ পিছত একো কাম হোৱা নাই।”

লগতে পঢ়কঃ ভাৰত চৰকাৰৰ নিৰ্দেশ! একাউণ্ট বন্ধ কৰিও বিৰোধিতা মাস্কৰ সংস্থাৰ; ক’লে মত প্ৰকাশৰ স্বাধীনতাৰ কথা

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। কুবেৰে কয় যে শীঘ্ৰে খালী পদ পূৰণ কৰা হ’ব। তেওঁ কয়, ১৪৫৯টা পদ এতিয়াও খালী হৈ আছে। ৭৮১টা পদ পূৰণ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে এই পৰ্যন্ত ৬৫ হাজাৰ স্মাৰ্ট ক্লাছৰুম নিৰ্মাণ কৰিছে। আৰু ৪৩ হাজাৰ স্মাৰ্ট ক্লাছৰুম নিৰ্মাণৰ কাম চলি আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd