• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুখন বিজেপি চৰকাৰ : গুজৰাটত ৬৫০ কোটি টকাৰ বিদ্যুৎ বিল ৰেহাইৰ বিপৰীতে অসমত ৫ শতাংশ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 9:24 pm
electricity
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছে শাসনলৈ অহা তিনিখন ৰাজ্যত কৃষি ঋণ মাফ দিয়াত সচকিত হৈ পৰা বিজেপিয়ে নিজৰ শাসনত থকা ৰাজ্যবোৰতো অনুৰূপ কিছুমান আঁচনি ল’বলৈ বাধ্য হৈ গৈছে। তাৰেই উদাহৰণস্বৰূপে দলটোৰ দ্বাৰা শাসিত গুজৰাটত গ্ৰামাঞ্চলত বিদ্যুৎ বিল মাফৰ আঁচনি লৈছে ৰাজ্য চৰকাৰে।

ৰাজ্যকেইখনত কংগ্ৰেছৰ বৃহৎ পৰিমাণৰ কৃষি ঋণ মাফৰ ঘোষণাৰ পিছদিনাই গুজৰাট বিজেপি চৰকাৰে এই আঁচনি ঘোষণা কৰে। গুজৰাট ৰাজ্য চৰকাৰখনে ১৮ ডিচেম্বৰত মুঠ ৬৫০ কোটি টকাৰ বিদ্যুৎ বিল ৰেহাইৰ কথা ঘোষণা কৰে, যিটো আছিল ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছট্টিছগড়ৰ চৰকাৰে কৃষি ঋণ মাফ দিয়াৰ ঠিক পিছৰে অগ্ৰগতি।

Apply Now

অসমৰ বিজেপি চৰকাৰখনেও যোৱা ১৭ ডিচেম্বৰত হোৱা এখন কেবিনেট বৈঠকত কে চি চি ঋণ সুদ শূন্য কৰাৰ কথা ঘোষণা কৰে।

কিন্তু গুজৰাট চৰকাৰে গ্ৰাম্যাঞ্চলৰ গ্ৰাহকৰ বিদ্যুৎ বিল ৰেহাই দিয়াৰ বিপৰীতে অসমৰ বিজেপি চৰকাৰখনে বিধেয়কৰ জৰিয়তে ৫ শতাংশ এই বিল বৃদ্ধি কৰাটো ইতিমধ্যে নিশ্চিত কৰিছে। যোৱা ছেপ্টম্বৰ মাহতেই বিধানসভাত Assam Electricity Duty (Amendment) Bill, 2018 নামৰ উক্ত বিধেয়কখন গৃহীত কৰিছে অসম চৰকাৰে। কংগ্ৰেছে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল যদিও শাসক দলৰ বিধায়কৰ সমৰ্থনত ইয়াক গৃহীত কৰা হয়।

তাতকৈ গুৰুত্বপূৰ্ণ কথা যে বিদ্যুতৰ বৃহৎ নাটনি থকা গুজৰাটৰ বিজেপি চৰকাৰে অসমতকৈ বহু কম মূল্যত বিদ্যুৎ যোগান ধৰে গ্ৰাহকক। অসমত সাধাৰণ আৰু মধ্যমীয়া পৰিমাণৰ ব্যৱহাৰকাৰীৰ বাবে প্ৰতি য়ুনিটৰ দাম ৬ৰ পৰা ৭ টকা হোৱাৰ বিপৰীতে একেই পৰিমাণৰ য়ুনিটৰ বাবে গুজৰাটত দিব লাগে ৪ ৰ পৰা ৫ টকা।

উল্লেখযোগ্য যে বিধেয়কখনৰ সমৰ্থনত ক’বলৈ গৈ মন্ত্ৰী হিমন্তই বিদ্যুৎ বিল বৃদ্ধিৰ সপক্ষে যুক্তি দিয়াৰ লগতে গ্ৰাহকসকলক ঘৰুৱা খৰচ কমাবলৈ অদ্ভুত পৰামৰ্শ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd