• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খহনীয়াত বিধ্বস্ত বিদ্যালয়: এটা কোঠাতে অনুষ্ঠিত চাৰিটাকৈ শ্ৰেণীৰ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
June 3, 2022 6:32 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ১ জুনৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ। বৃহস্পতিবাৰে দ্বিতীয় দিনা বিভাগীয়ভাৱে নিয়োজিত নিৰীক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয় বিদ্যালয়সমূহৰ মূল্যায়ন পৰীক্ষা।

তামুলপুৰ শিক্ষা খণ্ডৰ অধীনস্থ ভালুকমাৰী প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হয় গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা।

দুখ আৰু পৰিতাপৰ বিষয় যে ১৯৬৫ চনত স্থাপন হোৱা ভালুকমাৰী প্ৰাথমিক বিদ্যালয়খনৰ বাল্টি নদীৰ গৰাখহনীয়াৰ কৱলত পৰি অৱস্থা পুতৌজনক হৈ পৰিছে।

Apply Now

বিগত দুটা বছৰত হোৱা বাল্টি নদীৰ বান আৰু গৰাখনহীয়াৰ কৱলত পৰা বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰ নৈৰ বুকুত জাহ গৈছে।

ফটো: নৰ্থইষ্ট নাও।

নৈখনৰ গৰাখহনীয়াই বিদ্যালয়খনৰ মূল গৃহৰ নিচেই ওচৰ চাপি অহাত বিদ্যালয় গৃহটো নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ আশংকা কৰি বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে বিদ্যালয় গৃহটোৰ মুধচৰ টিনপাত, দৰ্জা-খিৰিকী, চৌকাঠ আদি খুলি পেলোৱা হৈছে। ফলত পাঠদান কৰাৰ বাবে অনুপযুক্ত হৈ পৰিছে গৃহটো।

শ্ৰেণী কোঠাৰ অভাৱত অনুষ্ঠিত গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাত বিদ্যালখনত থকা এটা সৰু কোঠাত চাৰিটাকৈ শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্র-ছাত্ৰীৰ মুল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বেৰ নথকা এখন চালিৰ তলতো আন এটা শ্ৰেণীৰ মূল্যায়ন  পৰীক্ষা অনুষ্ঠিত কৰা হয়।

বৃহত্তৰ ভালুকমাৰী অঞ্চলৰ কেইবাখনো গাঁওৰ ছাত্ৰ-ছাত্ৰীৰ বাবে একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন বাল্টি নৈৰ বুকুত জাহ গ’লে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত শৈক্ষিক জীৱনলৈ আমানিশা নামি আহিব।

যি সময়ত গুণগত শিক্ষাৰ বাবে শিক্ষা বিভাগে ৰাজ্যজুৰি গুণোৎসৱ অনুষ্ঠিত কৰিছে, সেই সময়ত বিদ্যালয়খনত একেটা কোঠাত চাৰিটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু আৰ বেৰ নোহোৱা চালিৰ তলত শিক্ষা লাভ কৰি কিদৰে গুণগত শিক্ষা লাভ কৰিব তাকে লৈ সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

ফটো: নৰ্থইষ্ট নাও।

ইতিমধ্যে বিদ্যালয়খনৰ ওচৰত গৰাখহনীয়া ৰোধৰ বাবে জিও বেগ ব্যৱহাৰ কৰা হৈছে যদিও স্থানীয় ৰাইজে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিটিচি প্ৰশাসনক দাবী জনাইছে।

ইয়াৰ উপৰিও টিনপাত, দুৱাৰ-খিৰিকী নথকা বিদ্যালয় গৃহটো পুনৰ্নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বাবেও স্থানীয় ৰাইজে শিক্ষা বিভাগ আৰু চৰকাৰক অনুৰোধ জনাইছে।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd