• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ মাজতে কানাডাত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণত ১৬জন লোক নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2020 10:26 am
unnamed

প্ৰতিনিধিত্বমূলক ফটো

3.7k
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নিৰন্তৰ মৃত্যুৰ ঘটনা ঘটিছে। সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পোৱালৈ চাই চাৰিওফালে লকডাউন পালন কৰা হৈছে।

ইয়াৰ মাজতে দেওবাৰে কানাডাৰ ইতিহাসত আটাইতকৈ বেদনাদায়ক ঘটনাটো সংঘটিত হয়।

বাতৰি অনুসৰি, লকডাউন চলি থকাৰ পাছতো দেওবাৰে আৰক্ষীৰ পোছাক পৰিধান কৰি অহা এজন বন্দুকধাৰীয়ে আততায়ীয়ে ধাৰাসাৰ গুলী চলোৱাৰ ফলত ১৬জনৰ লোক নিহত হয়।

কানাডাৰ নোৱা স্ক’টিয়া অঞ্চলত এজন ব্যক্তিয়ে যধেমধে গুলী চলোৱাৰ ফলত ১৬জন লোক নিহত হয়। এই ঘটনা কানাডাৰ ইতিহাসত আটাইতকৈ বৃহৎ হিংসাত্মক ঘটনা হিচাপে বিবেচিত হৈছে।

স্থানীয় প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়া মতে যিজন ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিছে তেওঁক গেব্ৰিয়েল বাৰ্টমেন (৫১)বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে আক্ৰমমকাৰী লোকজনো নিহত হৈছে। প্ৰায় ১২ ঘন্টা ধৰি চলা এই গুলীয়াগুলিৰ ঘটনাত এজন আৰক্ষী বিষয়াৰো মৃত্যু হোৱা বুলি কোৱা হৈছে।

দেশখনৰ হেইলিফেংকছৰ উত্তৰ দিশৰ প্ৰায় ১০০ কিলোমিটাৰ আঁতৰৰ সৰু গ্ৰাম্য বন্দৰ ক্ষেত্ৰৰ এটা ঘৰৰ ভিতৰত আৰু বাহিৰত কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে দাবী কৰা মতে এই ঘটনা কানাডাৰ ৩০ বছৰীয়া ইতিহাসত আটাইতকৈ মৰ্মান্তিক ঘটনা।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd