• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নানক জয়ন্তী উদযাপনৰ বাবে সীমান্ত পাৰ কৰিবলৈ ২১০০ ভাৰতীয় শিখক ভিছা প্ৰদান পাকিস্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 10:14 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছতে ভাৰত-পাকিস্তানৰ সম্পৰ্ক অস্থিৰ। ক্ৰীড়াজগতটো এই উত্তেজনা বিয়পি পৰিছে। এই পৰিবেশত পাকিস্তানে প্ৰায় ২১০০ শিখক ভিছা প্ৰদান কৰিছে। দিল্লীত পাকিস্তান উচ্চায়ুক্তই এই খবৰ দিছে।

অহা মাহৰ পৰা আৰম্ভ হৈছে গুৰু নানক জয়ন্তী। জানিব পৰা মতে, এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰায় ২১০০ ভাৰতীয় শিখক পাকিস্তানলৈ ভিছা প্ৰদান কৰা হৈছে। নিজৰ এক্স হেণ্ডেলত পাকিস্তান উচ্চায়ুক্তৰ এটা পোষ্টত কয় যে, ‘নতুন দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তই বাবা গুৰু নানক দেৱৰ জন্ম জয়ন্তী উদযাপনৰ বাবে ভাৰতৰ পৰা অহা ২১০০ৰো অধিক শিখ তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিছে।’

Apply Now

প্ৰতিবছৰে নানক জয়ন্তীত ভাৰতৰ পৰা এটা প্ৰতিনিধি দল পাকিস্তানৰ শিখ ধৰ্মীয় স্থানসমূহ পৰিদৰ্শন কৰে। ভাৰত চৰকাৰে চলিত মাহৰ আৰম্ভণিতে এই শিখ ‘জাথা’সকলক পাকিস্তানলৈ যাবলৈ অনুমতি দিছিল। দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই এই সিদ্ধান্তক আদৰণি জনায়। দ্বিপাক্ষিক সম্পৰ্কত অসুবিধা হৈ থকাৰ পাছতো এই ভ্ৰমণৰ সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

শেহতীয়া বছৰবোৰত কৰতাৰপুৰ কৰিডৰ ধৰ্মীয় আদান-প্ৰদানৰ এক গুৰুত্বপূৰ্ণ অংশত পৰিণত হৈছে। দুহেজাৰ উনৈশ চনত কৰতাৰপুৰ চাহাবলৈ শিখ তীৰ্থযাত্ৰীসকলৰ বাবে ভিছাবিহীন যাত্ৰা সম্ভৱ হৈ উঠাৰ বিপৰীতে বৃহৎ গোটসমূহে স্বাভাৱিক প্ৰট’কলৰ সৈতে যাত্ৰা কৰে। এইবাৰ ভাৰতে ভক্তৰ মসৃণ গতিবিধি নিশ্চিত কৰিবলৈ অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিছে। ভাৰত আৰু পাকিস্তান দুয়োখন চৰকাৰে আগন্তুক তীৰ্থযাত্ৰাৰ নিৰাপত্তাৰ ব্যৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

November 27, 2026 12:28 pm
ন-দফীয়া দাবী চনদ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ গণতান্ত্ৰিক প্ৰতিবাদ

ন-দফীয়া দাবী চনদ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ গণতান্ত্ৰিক প্ৰতিবাদ

November 27, 2026 11:02 am
প্ৰথমগৰাকী অসমীয়া হিচাপে অনন্য কৃতিত্ব! আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰি অসমবাসীলৈ উৎসৰ্গা আলী হাজৰিকাৰ

প্ৰথমগৰাকী অসমীয়া হিচাপে অনন্য কৃতিত্ব! আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰি অসমবাসীলৈ উৎসৰ্গা আলী হাজৰিকাৰ

November 27, 2026 9:21 am
ম্যানমাৰে মানি নলয় গণহত্যাৰ ৰায়, ঘোষণা জুন্টা মুৰব্বীৰ

ম্যানমাৰে মানি নলয় গণহত্যাৰ ৰায়, ঘোষণা জুন্টা মুৰব্বীৰ

November 26, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

November 27, 2026 12:28 pm
ন-দফীয়া দাবী চনদ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ গণতান্ত্ৰিক প্ৰতিবাদ

ন-দফীয়া দাবী চনদ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ গণতান্ত্ৰিক প্ৰতিবাদ

November 27, 2026 11:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd