• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 2:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুইতৰ পাৰ জিলিকাই তুলিবলৈ প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৬৭ চনতেই যোগাযোগ আৰু সাংবাদিকতা বিভাগটো আৰম্ভ কৰা হৈছিল। এই বিভাগে অৰ্ধ শতিকাৰো অধিক কাল অতিক্ৰম কৰাৰ পাছতে বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিবলৈ যো-জা চলাইছে।

সেই উপলক্ষ্যে বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে বিভাগটোৰ প্ৰথমখন “সতীৰ্থ সন্মিলন” অহা ১৯ মাৰ্চ, ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে সতীৰ্থ সন্মিলনৰ পৃষ্ঠপোষক তথা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ চন্দন গোস্বামী, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড০ ৰবীন্দ্ৰ শৰ্মা আৰু প্ৰচাৰ সমিতিৰ আহ্বায়ক ড০ নীলাক্ষি কলিতাই।

আয়োজকসকলে আশা প্ৰকাশ কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ন-পুৰণি প্ৰাক্তন শিক্ষাৰ্থীসকলে উক্ত অনুষ্ঠানটোত উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তুলিব।

Apply Now

তেওঁলোকে লগতে কয় গৌৰৱোজ্বল ৫৫ বছৰীয়া এই পুৰণি বিভাগটোৱে পোন প্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছে।

উল্লেখ্য যে প্ৰতিষ্ঠা কৰা দিন ধৰি যোৱা ৫৫ টা বছৰে এই পুৰণি বিভাগটোৱে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক ডিগ্ৰীৰ ডিপ্ল’মা, পি জি পাঠ্যক্ৰম আৰু গৱেষণা (এম.ফিল আৰু পি.এইচ.ডি. সহ) পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে।

মংগলবাৰৰ সংবাদমেলত বিভাগটোৰ মুৰব্বী ড০ চন্দন কুমাৰ গোস্বামীয়ে বিশ্ববিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সন্মিলনখনিত প্ৰতিগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰে। যাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানৰ শিক্ষাৰ্থীসকল আৰু বিভাগৰ সৈতে এটি নিবিড় সম্পর্ক অক্ষুণ্ণ ৰাখিব পাৰে।

সন্মিলনখনিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা অনুষ্ঠান,ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰঙ্গ অনুষ্ঠান, সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। ইফালে সতীর্থ সন্মিলনখনিৰ স্মৃতিধৰি ৰখাৰ প্ৰয়াসেৰে স্মৃতিগ্ৰন্থ এখনি প্ৰকাশৰো যো-জা চলাই থকা হৈছে বুলি সদৰী কৰিছে।

আনহাতে, সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰাক্তন শিক্ষার্থীসকলেৎ গুগলত অনলাইন ফর্ম পূৰণ কৰি সদস্যভৰ্তি হ’ব পাৰিব। সন্মিলনত অংশগ্ৰহণৰ বাবে আৰু সদস্য পদৰ বাবে দুটা পদ্ধতি আছে। এবছৰীয়া সদস্যপদৰ বাবে পঞ্জীয়ন ৫০০ টকা আৰু আজীৱন সদস্যপদৰ বাবে পঞ্জীয়নৰ মাছুল ৫০০০ টকা ধাৰ্য কৰা কৰিছে বিভাগটোৰ উদ্যোক্তাসকলে।

এই উদ্দেশ্যে পঞ্জাব নেচনেল বেংক, গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ একাউন্ট নং ১৮৩৯২০০০০০০৬৩৫০ (আই এফ এচ চি: PUNB0183920)ত সমূহ প্রাক্তন ছাত্র পঞ্জীয়ন মাচুল জমা দিবলৈ আহ্বান জনাইছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ১০ মার্চ, ২০২৩ এই সম্পর্কে বিষদভাৱে জানিবলৈ ফেচবুক পেজ: http://Alumni Association DCJGU অথবা 9854072096, 9435019131 আৰু 8761042949 নম্বৰত যোগাযোগ কৰিবলৈ ওঁ আহ্বান জনায়।

ইফালে ইংৰাজী, অসমীয়া আৰু বেংগলী ভাষাত প্রকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখনিৰ বাবে প্রাক্তন ছাত্র -ছাত্রীসকলক প্রবন্ধ, গল্প, কবিতা, লিমাৰিক, বিশ্ববিদ্যালয়ৰ স্মৃতি বিজড়িত অনুভৱ, কার্টুন, ফটোগ্রাফ আদি অহা ২৮ ফেব্ৰুৱাৰী ২০২৩ৰ ভিতৰত [email protected] ৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd