• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুৰ নাও দুৰ্ঘটনাৰ বুধবাৰৰ মাজ নিশালৈকে শেহতীয়া খবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 11:23 pm
Boat accident
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাত পতিত মুঠ ৪০ জনৰ ভিতৰত ৰাতিলৈকে ১৮ জন যাত্ৰীক উদ্ধাৰ হৈছে।

আৰক্ষীয়ে ইতিমধ্যে আজি দুৰ্ঘটনাত পতিত ভটভটী নাওখনৰ চালক নুৰুদ্দিন আলী আৰু হালিম আলীক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Apply Now

আজিৰ দুৰ্ঘটনাত পতিত যাত্ৰী সকলৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা যাত্ৰী সকলৰ নাম ক্ৰমে ৰাজেশ সাহা, পীয়ূষী সাহা, ৰিংকী সাহা, নুৰু উদ্দিন, জিতুমণি দাস, মিনাক্ষী দাস, লোকনাথ বৰ্মন, উত্‍পল চমুৱা, মৃদুল গোস্বামী, সন্তোষ তিৱাৰী, চাব্বিৰ আলী, চাফেদ আলী, মৃদুল আলী, ছাহিৰুল আলী, ফুলচান্দ আলী, নজৰুল আলী, বাহাৰুল আলী, জিণ্টু আলী, মিণ্টু আলী, হীনা বৰা, জয়নাল আলী আৰু মৃণাল আলী বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাত পতিত নাওখনৰ ভগ্নাৱশেষ কামৰূপৰ শ্ৰীহাটত উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈছে।

মন কৰিব লগীয়া যে নাও দুৰ্ঘটনাৰ পিছতে জিলা প্রশাসনে গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ ভটভটীৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ দিছে। লগতে জিলা প্ৰশাসনে সন্ধানহীন যাত্ৰী সকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ দিখৌ নৈত দুৰ্ঘটনাত পতিত হৈ একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্য নিহত হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুনৰ উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাও দুৰ্ঘটনাত পতিত হয়।

যন্ত্ৰচালিত নাওখন অশ্বক্লান্ত মন্দিৰৰ সমীপত জাইকাৰ প্ৰকল্পত খুন্দা খাই দুৰ্ঘটনাত পতিত হৈছিল। নাওখনত কটন কলেজ আৰু সন্দিকৈ কলেজৰ বহু ছাত্ৰী থকাৰ লগতে বহু পুৰুষ-মহিলাকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল।

ইফালে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পিছতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই দুগৰাকী ছাত্ৰী আৰু এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ছাত্ৰী দুগৰাকীৰে অংকিতা বৰুৱা কটন কলেজৰ অংকিতা বৰুৱা(১৭), কটন কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আৰু আনগৰাকী ছাত্ৰীও কটন কলেজৰে ডিম্পী দাস বুলি জানিব পৰা গৈছে।

তাৰোপৰি শেহতীয়াকৈ জিলা প্ৰশাসনে ০৩৬১-২৭৩৩০৫৩ আৰু ০৩৬১-২৬৮৪৪০৭ নম্বৰৰ দুটাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তাৎক্ষণিক অনুসন্ধাৰ বাবে নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd