• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ ৫ চেকেণ্ডতে অসমৰ খেলুৱৈৰ হাতত ধৰাশায়ী বাংলাদেশৰ ব্লেক বেল্টধাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 5:09 pm
MMA Fighters Abhijit Gogoi

ফটো : নৰ্থ-ইষ্ট নাও

701
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীস্থ দাষ্টবি এম এম এ (Dastbi MMA)ৰ প্ৰশিক্ষণপ্ৰাপ্ত অভিজিৎ গগৈয়ে নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিছে সুখবৰ। অল ইণ্ডিয়া কিঅ’কুছিন কাৰাটে এছ’চিয়েশ্যনৰ উদ্যোগত পশ্চিমবংগত আয়োজন কৰা ইণ্টাৰনেশ্যনেল ফ্ৰেইণ্ডশ্বিপ কাপ ২০১৮ত অসমৰ এইগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয়স্থান দখল কৰিবলৈ সক্ষম হয়।

অৰেঞ্জ বেল্টধাৰী অভিজিৎ গগৈয়ে প্ৰতিযোগিতাৰ তৃতীয় স্থানৰ বাবে ব্লেকবেল্টধাৰী বাংলাদেশৰ এজন খেলুৱৈৰ মুখামুখি হয়। মেচখনত গগৈয়ে মাত্ৰ ৫ চেকেণ্ডতে প্ৰতিপক্ষৰ বাংলাদেশৰ খেলুৱৈজনক ধৰাশায়ী কৰি তৃতীয়স্থান অধিকাৰ কৰে। আনহাতে কোৰিয়া আৰু নেপালৰ খেলুৱৈয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয়স্থান দখল কৰে।

১৮ বছৰীয়া অভিজিৎ গগৈয়ে গুৱাহাটীস্থ দাষ্টবি এম এম এৰ ছেনছেই আংকিম কাশ্যপ শৰ্মাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্ৰতিযোগিতাৰ তৃতীয়স্থান অধিকাৰ কৰি গগৈয়ে কয়, ‘মোৰ এই সাফল্যৰ বাবে প্ৰশিক্ষক আৰু দাষ্টিৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছো। সকলো সময়তে প্ৰশিক্ষকগৰাকীয়ে মোক সাহস তথা অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁৰ বাবেই এতিয়া আমি বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতাত অসম তথা দেশৰ হৈ অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছো। মোৰ মা-দেউতাৰ লগতে পৰিয়ালৰ সকলো লোকেই এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে’।

উল্লেখ্য যে গুৱাহাটীৰ বেলতলা আৰু গীতানগৰত দাষ্টবি এম এম এ প্ৰশিক্ষণৰ দুটা কেন্দ্ৰ আছে। দুয়োটা কেন্দ্ৰতে মাৰ্টিয়েল আৰ্টছৰ দুগৰাকীকৈ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। দাষ্টবি এম এম এৰ প্ৰশিক্ষক আংকিম কাশ্যপ শৰ্মা আৰু ইন্দ্ৰাণী চক্ৰৱৰ্তিৰ এটাই সপোন উত্তৰ-পূবৰ ফাইটাৰ্ছক এখন ভাল মঞ্চ প্ৰদান কৰা।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd