• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ; বৰ্ষাপাৰাত প্ৰথমবাৰৰ বাবে এদিনীয়া আৰু টি-২০ৰ সম্পূৰ্ণ শৃংখলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2018 5:46 pm

1 min read

Indiam Women's cricket team

ইণ্টাৰনেটৰ পৰা সংগৃহীত

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। বিৰাট কোহলি কিম্বা ৰোহিত শৰ্মাৰ দৰ্শনীয় বেটিং ষ্টাইল নহয় এইবাৰ অসমৰ ক্ৰিকেটপ্ৰেমীয় দেখিবলৈ পাব আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ চাঞ্চল্য তথা ভাৰতীয় মহিলা ক্ৰিকেটৰ তাৰকা হৰমনপ্ৰীত কৌৰ, মিঠালি ৰাজৰ দৰে ক্ৰিকেটাৰৰ চমক।

জানিব পৰা মতে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অহা ফেব্ৰুৱাৰি-মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এটি মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাটো ১৪ ফেব্ৰুৱাৰিৰ পৰা ১০ মাৰ্চলৈ চলিব।

১৬ ডিচেম্বৰত অনুষ্ঠিত অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এৰ গভৰ্ণিং ব’ডীৰ সভাতে ক্ৰিকেট শৃংখলাটো গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসমলৈ ২১ দিনৰ ভ্ৰমণসূচী লৈ আহিবলগীয়া ঘৰুৱা দল ভাৰত আৰু ইংলেণ্ডে শৃংখলাটোত তিনিখনকৈ টি-২০ আৰু তিনিখন আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত প্ৰতিদ্বন্দ্বিতা কৰিব। এ চি এৰ গভৰ্ণিং ব’ডীৰ সভাৰ অন্ততে এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ্য যে এই শৃংখলাটো অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে অসম ক্ৰিকেট সন্থাক অনুৰোধ জনাইছিল আৰু কালি অনুষ্ঠিত গভৰ্ণিং ব’ডীৰ সভাৰ অন্তত শৃংখলাটো গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd