• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰছ দবাত উজলি উঠিছে অসমৰ জুনিয়ৰ দবাৰু

প্ৰত্যাহ্বান সৃষ্টি কৰি আগবাঢ়িছে অসমৰ ছাহিল , ত্ৰৈলোক্য , মায়ং

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 16, 2022 7:23 am
311
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত বিশ্বৰ ১১ খন দেশৰ প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় মুকলি গ্ৰাণ্ডমাষ্টাৰছ দবা প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত ছেছ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প’নকাটভ , উবেকিস্থানৰ গ্ৰেণ্ডমাষ্টাৰ এম এজিৰকে বিদেশী ৰাষ্ট্ৰৰ আটাইকেইজন গ্ৰাণ্ডমাষ্টাৰ আৰু ভাৰতৰ গ্ৰেণ্ডমাষ্টৰ ক্ৰমে দীপান চক্ৰৱৰ্তী , ষ্টেনি জি , বিশাখ এন আৰ দুই দুই পইণ্টৰে অগ্ৰগতি অব্যাহত ৰাখিছে।

এই প্ৰতিযোগিতাত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে অসমৰ একমাত্ৰ আই এম ছাহিল দেয়ে ।

অসমৰে ত্ৰৈলোক্য নন্দা , মায়াং চক্ৰৱৰ্তী আৰু কনিষ্ঠ দবাৰু নিহাদ ইছলাম হাজৰিকায়ো সমানে আগবাঢ়ি আছে ।

উল্লেখ্য যে গুৱাহাটীৰ ১৫ বছৰীয়া নিহাদে অসমৰ পাঁচবাৰৰ চেম্পিয়ন শান্তনু বৰপাত্ৰ গোহাঁইক পৰাস্ত কৰি চমক সৃষ্টি কৰে।

সেইদৰে জুনিয়ৰ দবাৰু আভাছ ৰামায়া শইকীয়াই ভাৰতৰ প্ৰতিষ্ঠিত দবাৰু তথা গ্ৰেণ্ডমাষ্টাৰ জে কাৰথিয়ানৰ সৈতে ড্ৰ খেলে। ডিব্ৰুগড়ৰ ১৫ বছৰীয়া আভাছে অভিজ্ঞ কাথিয়ানৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি গ্ৰেণ্ডমাষ্টাৰজনক খেল ড্ৰ ৰাখিবলৈ বাধ্য কৰে ।

আনহাতে অন্য এগৰাকী জুনিয়ৰ দবাৰুবে গ্ৰেণ্ডমাষ্টাৰ দিব্যা দেশমুখত প্ৰথম ৰাউণ্ডত পৰাস্ত কৰি খলকনি তোলে।

ভাৰতৰ বৰ্তমানৰ মহিলা চেম্পিয়ন দেশমুখক পৰাস্ত কৰে ১৪ বছৰীয়া ডৰচ চেট্টীয়ে ।

এনেদৰে গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতা খনত অঘটন আৰু গ্ৰণ্ডমাষ্টাৰৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰি উজলি উঠিছে জুনিয়ৰ দবাৰু ।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd