• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুদীৰ্ঘ ৯ মাহৰ মূৰত দৰ্শকৰ বাবে মুকলি কৰা হ’ল গুৱাহাটী তাৰকাগৃহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2020 11:33 am

1 min read

a Guwahati-Planetarium
229
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ ৯ মাহ ধৰি বন্ধ হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম তাৰকাগৃহ গুৱাহাটী তাৰকাগৃহ দেওবাৰৰ পৰা পুনৰ দৰ্শকৰ বাবে  খুলি দিয়া হৈছে।

তাৰকাগৃহৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াৰে পৰা পুনৰ আগৰ দৰেই তাৰকাগৃহত দৰ্শকে মহাকাশৰ তথ্য সমৃদ্ধ ঘটনাৱলী প্ৰত্যক্ষ কৰাৰ সুবিধা পাব।

উল্লেখ্য গুৱাহাটী তাৰকাগৃহত শেহতীয়াকৈ ১২.৪২ কোটি টকা ব্যয় কৰি এটা মাল্টি এক্টিভিটি চেণ্টাৰ গঢ়ি তোলা হৈছে। এই মাল্টি এক্টিভিটি চেণ্টাৰত ডি-থিয়েটাৰৰ সুবিধা থকাৰ লগতে ভাৰ্চুৱেল ৰিয়েলিটি লেব,টিংকেৰিং লেব আদিও আছে।

মাল্টি এক্টিভিটি চেণ্টাৰত এটা সুন্দৰ প্ৰেক্ষাগৃহও নিৰ্মাণ কৰি উলিওৱা হৈছে।

দেশৰ ভিতৰতে এটা আগশাৰীৰ তাৰকাগৃহ হিচাবে পৰিগণিত হোৱা গুৱাহাটী তাৰকাগৃহত জাপানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ছবি প্ৰদৰ্শন কৰা হয়।

তাৰকাগৃহটোত আজিৰ যুগৰ সকলো অত্যাধুনিক প্ৰযুক্তিয়েই ব্যৱহাৰ কৰা হৈছে।

সেয়ে দৰ্শকৰ সন্মুখত মহাকাশৰ সকলো দৃশ্য তাৰকাগৃহটোত অতি জীৱন্ত ৰূপত ফুটি উঠে।

ক’ৰ’ণাতংকৰ বাবে তাৰকাগৃহটো বন্ধ হৈ পৰাত চৰকাৰৰো যথেষ্ট লোকচান হৈছে।

এতিয়াৰে পৰা যাৱতীয় কোভিড সম্পৰ্কীয় সতৰ্কতা অৱলম্বন কৰি দৰ্শকসকলে তাৰকাগৃহত মহাকাশৰ দৃশ্য উপভোগ কৰিব পাৰিব।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd