• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছ সফলতাৰে আয়োজনৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 8:26 pm
DV7A2797

সোণোৱালৰ বৈঠক

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত অহা বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছ কৃতকাৰ্যতাৰে অনুষ্ঠিত কৰাৰ দিশত ৰাজ্য প্ৰশাসন তথা ক্ৰীড়া সন্থা সমূহক সৰ্বতো প্ৰকাৰৰ পদক্ষেপ লোৱাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কে অনুষ্ঠিত প্রথমখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই ক্ৰীড়া প্ৰতিযোগিতাখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ দিশত ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ পদক্ষেপ ল’ব লাগিব।

Apply Now

খেলো ইণ্ডিয়া য়ুথ গেমছ যিহেতু উদীয়মান খেলুৱৈ সকলক চিনাক্তকৰণ তথা উদগণি প্ৰদানৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। সেয়েহে, এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯ হাজাৰ খেলুৱৈৰ উপস্থিতিৰে এক বৃহৎ ক্ৰীড়াঙ্গন হিচাপে অনুষ্ঠিত কৰাৰ দিশত আমি সকলোৱে মিলিত প্ৰচেষ্টাত পদক্ষেপ ল’ব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক সুভাষ বসুমতাৰীক সকলোবোৰ ক্ৰীড়াৰ বাবে সাজু কৰি তোলাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় মেৰামতি তাৎক্ষণিকভাৱে গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে যাতে এই ক্ৰীড়া সূচলভাৱে অনুষ্ঠিতকৰণৰ বাবে আন্তঃগাঠনিসমূহ সাজু হৈ উঠে।

সোণোৱালে সংশ্লিষ্ট সকলো পক্ষকে এই ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বিভিন্ন বিষয় সামৰি এখন উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে ক্ৰীড়া বিভাগক এই ক্ৰীড়াৰ লগত জড়িত পৰিৱহন, তাৎক্ষণিক স্বাস্থ্য সেৱা, ক্ৰীড়াবিদ আৰু অন্যান্য সকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা ইত্যাদিৰ ওপৰত বিশেষভাৱে মনোনিৱেশ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ দিশত সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ়কৰণৰ বাবে মুখ্য মন্ত্ৰীয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত কৌৰ আৰু মুকেশ আগৰৱালক নিৰ্দেশ দিয়ে। সোণোৱালে প্ৰতিযোগিতাখনত অংশ ল’বলগীয়া ৰাজ্যখনৰ খেলুৱৈ সকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে যাতে ৰাজ্যখনৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনত পদক অৰ্জনেৰে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, খেলো ইণ্ডিয়া য়ুথ গেমছত আৰ্চাৰী, বাস্কেটবল, বেডমিণ্টন, বক্সিং, ফুটবল, জিমনাষ্টিক, হকী, জুডো, কাবাদী, খো-খো,শ্বুটিং, ছুইমিং, টেবল টেনিছ, লন টেনিছ, ভলীবল, ৱেট লিফটিং, ৰেচলিং আদিৰ দৰে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।

আজি অনুষ্ঠিত হোৱা বৈঠকত মুখ্য সচিব আলোক কুমাৰ, ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, প্ৰধান সচিব সমীৰ সিনহা, অবিনাশ যোশীৰ লগতে জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd