• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত আলতাফ মজিদৰ স্মৃতিত চুটি চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
October 29, 2018 4:39 pm
ssff
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈৰ এটা আগশাৰিৰ আৰ্থ-সামাজিক বেচৰকাৰী সংস্থা জিপছী গিল্ডে প্ৰয়াত আলতাফ মজিদৰ স্মৃতিত এখন চুটি চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিব। চলচ্চিত্ৰ মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰয়াত মজিদৰ প্ৰতিকৃতি অংকন ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা এখনৰো আয়োজন কৰা হৈছে। উল্লখ্য যে প্ৰয়াত মজিদ চুটি চলচ্চিত্ৰৰ এগৰাকী প্ৰখ্যাৎ পৰিচালক আৰু প্ৰযোজক আছিল।

প্ৰতিযোগিতাখন নৱেম্বৰৰ ৪ তাৰিখৰ পৰা ১১ তাৰিখলৈ চলিব। গিল্ডৰ সম্পাদক জয়ন্ত ডেকাই জনাইছে যে মঙলদৈ টাউন কন্যা প্ৰাথমিক বিদ্যালয়ত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব। উক্ত প্ৰতিযোগিতাখন অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে মুকলি থাকিব।

Apply Now

দৰঙৰ বাহিৰৰ প্ৰতিযোগীসকলে নৱেম্বৰৰ ৭ তাৰিখলৈকে অনলাইনযোগে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলে ইণ্টাৰনেটৰ পৰা প্ৰখ্যাৎ পৰিচালকগৰাকীৰ আলোকচিত্ৰ সংগ্ৰহ কৰি তাৰ পৰা কলাকৃতি অংকন কৰি [email protected] ইমেইল ঠিকনাত প্ৰেৰণ কৰিব পাৰে। আগ্ৰহী অংশগ্ৰহণকাৰী সকলে জিপছী গিল্ডৰ মণ্টু কুমাৰ দাসৰ সৈতে মোবাইল নং 99576-64168 ত যোগাযোগ কৰি সবিশেষ তথ্য জানিব পাৰে বুলি সম্পাদক ডেকাই জনাইছে।

আনহাতে প্ৰয়াত আলতাফ মজিদৰ স্মৃতিত চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণটো নৱেম্বৰৰ ১০ আৰু ১১ তাৰিখে অনুষ্ঠিত হ’ব। চলচ্চিত্ৰ মহোৎসৱত শেহতীয়া কেইখনমান বাছকবনীয়া চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। আয়োজকসকলে জনোৱা মতে চলচ্চিত্ৰ মহোৎসৱখন লব্ধপ্ৰতিষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা ড০ শান্তনা বৰদলৈয়ে উদ্বোধন কৰাৰ আশা আছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd