• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ‘হাগ্ৰামা বধ’ৰ অভিযান! : টোপ গিলি গেৰুৱা হ’বলৈ সাজু বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ম!

ফাদিল বিজেপিৰ কৌশল; পৰ্যায়ক্ৰমে গেৰুৱাসাজ পিন্ধিবলৈ মন্ত্ৰীসহ সাজু আৰু বহু বিপিএফ বিধায়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2021 8:46 pm
Chandan Brahma
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচিৰ পৰিষদীয় নিৰ্বাচনতে বিপিএফৰ লগত মিত্ৰতা ছেদ কৰি এতিয়া ‘হাগ্ৰামা বধ’ অভিযানত উঠি পৰি লাগিছে বিজেপি।

বিজেপিৰ গাত পূৰ্বৰে পৰা এটা চেকা লাগি আহিছে যে মিত্ৰতাৰ পাশত আৱদ্ধ কৰি সমগ্ৰ দেশতে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ এফালৰ পৰা মষিমূৰ কৰিব বিচাৰিছে।

Apply Now

তাৰ প্ৰতিফলন শেহতীয়াকৈ বিটিচি পৰিষদীয় নিৰ্বাচনত দেখিবলৈ পোৱা গ’ল। বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফে ১৭খন আসন লাভ কৰাৰ পাছতো বিজেপিয়ে চলে বলে কৌশলে য়ুপিপিএলৰ সৈতে মিত্ৰতা কৰি পৰিষদ গঠন কৰিলে। অথচ বিজেপিয়ে বিটিচি নিৰ্বাচনত লাভ কৰিছিল মাথো ৯ খন আসন।

বিটিচি নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকাৰ সময়তে বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে যোগদান কৰিছিল বিজেপিত।

এতিয়া বিশ্বজিৎ দৈমাৰীৰ পিছে পিছে বিজেপিৰ পৰা টোপ গিলিবলৈ সাজু হৈছে বিপিএফৰ মন্ত্ৰী তথা পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম।

অচিৰেই চিদলী সমষ্টিৰ বিধায়ক ব্ৰহ্মই বিজেপিত যোগদান কৰিব বুলি এক সুত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৰ মতে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ পৰিকল্পনাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক জীৱনক মষিমূৰ কৰবিলৈ উঠি পৰি লাগিছে বিজেপিয়ে।

সূত্ৰটোৱে দাবী কৰাৰ পিছতে আমাৰ সাংবাদিকে মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে ফোন যোগে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে যদিও তেওঁ ফোন বন্ধ কৰি থোৱা পায়।

সুত্ৰটোৱে দাবী কৰা মতে হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মৰ মাজত সংঘাত ইতিমধ্যে আৰম্ভ হৈছে। আৰু ‘হলা গছ দেখি বাগি কুঠাৰ মৰাৰ’ লেখীয়া এতিয়া হাগ্ৰামাৰ ‘সোঁহাত-বাওঁহাত’ক আঁতৰাই ‘হাগ্ৰামা’ৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ যুঁজত অৱতীৰ্ণ হৈছে বিজেপিৰ আটাইতকৈ ‘দক্ষ আৰু প্ৰতাপী মন্ত্ৰীগৰাকী।

সুত্ৰটোৱে দাবী কৰা মতে বিপিএফক প্ৰায় নিঃশেষ কৰি কেইবাগৰাকী বিধায়কে নিৰ্বাচনৰ পূৰ্বলৈকে পৰ্যায়ক্ৰমে গেৰুৱা সাজ পৰিধান কৰিব।

মুঠৰ ওপৰত য়ুপিপিএলৰ সন্মিলিত প্ৰচেষ্টাত বিপিএফক শূন্য কৰাৰ মন্ত্ৰণাত এতিয়া ব্যস্ত বিজেপিৰ সেনাপতিৰ এটাই লক্ষ্য ‘কেনেকৈ বিপিএফৰ ১২খন আসন বিজেপি বা য়ুপিপিএলৰ হাতলৈ নিব পাৰি?’

উল্লেখযোগ্য যে, আজি গণ শক্তিৰ নেতা তথা জোনাইৰ বিধায়ক ভূবন পেগুৱেও গেৰুৱা সাজ পিন্ধে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd