• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীৰে ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ হাজো কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2019 12:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ সৈতে সংঘাতত লিপ্ত হৈ হাজো কংগ্ৰেছৰ গুৰি ধৰোতা দুলু আহমেদ নিলম্বিত হ’ব লগীয়া হোৱাত হাজো ব্লক কংগ্ৰেছ শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নিলম্বনৰ খবৰ পোৱাৰ লগে লগে মঙলবাৰে সন্ধিয়া হাজো ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে হাজোৰ বৰুৱাবাৰীস্থিত ৰাজীৱ ভৱনত সমবেত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

Apply Now

হাজো ব্লক কংগ্ৰেছৰ সভাপতি জিতেন্দ্ৰ ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক মতিউৰ ৰহমানৰ লগতে বিভিন্ন দলীয় নেতা-কৰ্মীয়ে শীঘ্ৰে দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

ইয়াৰ উপৰি সভাৰ অন্তত একাংশ ক্ষুব্ধ কংগ্ৰেছীয়ে ৰকিবুল হায় হায়, ৰকিবুলৰ ষড়যন্ত্ৰ নচলিব, দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰক, দুলু আহমেদ জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

দুলু আহমেদৰ সমৰ্থক সকলে ইমানতে ক্ষান্ত নাথাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিকৃতি দাহ কৰি নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

Dulu Ahmed
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰাৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে কিছুদিন পূৰ্বে মৰিয়নীৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সংঘাত স্পষ্ট হোৱাৰ সময়তে দুলু আহমেদে নাম প্ৰকাশ নকাৰকৈ ফেচবুকত ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

“সকলো কংগ্ৰেছ কৰ্মীয়ে খবৰ কৰক।নগাওঁৰ গঁড় হত্যাকাৰী জনৰ পিতৃ বাঙলাদেশৰ ঢাকাৰ হয়।পিতৃ যদি বাংলাদেশী, পুত্ৰ কি?দলৰ কথা কি চিন্তা কৰিব”, এয়া আছিল দুলু আহমেদৰ ২৬ জুলাইৰ বিতৰ্কিত পোষ্টটো।

লগতে পঢ়ক : সতীৰ্থ নেতাক গঁড় হত্যাকাৰী, বাংলাদেশী আখ্যাৰে ফে’চবুক পোষ্ট দিয়া দুলু আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন

এই পোষ্টৰ পিছৰে পৰা বিভিন্ন জনে দুলু আহমেদক সমৰ্থন কৰা পৰিলক্ষিত হৈছিল আৰু কংগ্ৰেছত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।

প্ৰদেশ কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদকৰ দায়িত্বত থকা আহমেদে সামাজিক মাধ্যমত এনেধৰণৰ মন্তব্য প্ৰকাশ কৰি দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ উত্থাপন হয় আৰু যাৰ বাবে তেওঁক মঙলবাৰে নিলম্বন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd