• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বীয়েৰ আসক্তসকলৰ বাবে সুখবৰ! আধা গিলাছ বীয়েৰ খাওক আৰু দীৰ্ঘজীৱী হওক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 6:08 pm
বীয়েৰ
2.8k
VIEWS
Share on FacebookShare on Twitter

দৈনিক আধা গিলাছ বীয়েৰ খাই আপুনি দীৰ্ঘ জীৱন লাভ কৰিব পাৰিব।

বীয়েৰ আসক্তসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে এদল বিজ্ঞানীৰ গৱেষণাই।

নেণ্ডাৰলেণ্ডৰ মাষ্ট্ৰিষ্ট বিশ্ববদ্যালয়ৰ এক গেৱষণাত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ববদ্যালয়খনৰ গৱেষকসকলে দুটা দশক ধৰি বীয়েৰ আসক্ত ৫,৫০০ লোকৰ ওপৰত চলোৱা এক গৱেষণাৰ পৰা এই তথ্য লাভ কৰিছে।

‘আমাৰ গৱেষণা তথা বিশ্লেষণত সুৰাসক্ত পুৰুষ আৰু মহিলাৰ কিছুমান ধনাত্মক প্ৰভাৱ দেখা পোৱা গৈছিল।’ গৱেষক দলৰ প্ৰধান প্ৰফেচৰ পিয়েট ভান ডেন ব্ৰাণ্ডটে এইদৰে কয়।

গৱেষকসকলৰ মতে মধ্যমীয়া পৰিমাণৰ সুৰাপান স্বাস্থ্যৰ পক্ষে উপকাৰী। কিন্তু অধিক পৰিমাণৰ সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

অৱেশ্য গৱেষকসকলে দাবী কৰে যে এই গৱেষণাৰ ফলাফলৰ উদ্দেশ্য কিন্তু অসুৰাসক্তসকলক সুৰাৰ প্ৰতি আসক্ত কৰা নহয়।

‘গৱেষণাৰ ফলাফলৰ উদ্দেশ্য মানুহক সুৰাপান কৰিবলৈ আকৰ্ষিত কৰা নহয়।’ গৱেষকসকলে কয়।

গৱেষকসকলৰ মতে নেশ্যনেল হেল্থ এলায়েন্স (NHS) ৰ গাইডলাইনে সপ্তাহত ১৪ ইউনিটতকৈ অধিক সুৰাপান কৰাত বাধা আৰোপ কৰিছে।

গ্ৰেট বৃটেইনৰ এলক’হ’ল হেল্থ এলায়েন্সৰ চাৰ ইয়ান গীলম’ৰে কৈছে যে, ‘এই গৱেষণাই কিন্তু অসুৰাসক্তসকলক সুৰাপান কৰি স্বাস্থ্যৱান হ’বলৈ পৰামৰ্শ প্ৰদান কৰা নাই।’

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd