• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত বাতৰি কাকতৰ কাৰ্যালয়লৈ মহিলাৰ গ্ৰেণেড নিক্ষেপ,গঞাক গাঁও এৰাৰ নিৰ্দেশ বিদ্ৰোহীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 5:21 pm

1 min read

Poknapham-manipur
122
VIEWS
Share on FacebookShare on Twitter

চৰম নৈৰাজ্যই বিৰাজ কৰিছে মণিপুৰত।

ৰাজ্য খনৰ  পশ্চিম ইম্ফল জিলাৰ কেইছামপাত থিয়াম  লেইকাই অঞ্চলত থকা এখন বাতৰি কাকতৰ কাৰ্যালয়লৈ লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শনিবাৰে সন্ধিয়া মণিপুৰৰ পৰা প্ৰকাশিত পোখাফাম নামৰ কাকত খনৰ কাৰ্যালয়লৈ লক্ষ্য কৰি এজন অচিনাক্ত লোকে এটা হেণ্ড গ্ৰেণেড নিক্ষেপ কৰে।

অৱশ্যে সৌভাগ্যক্ৰমে গ্ৰেণেডটোৰ বিস্ফোৰণ নঘটিল।

চিচিটিভি ফুটেজত ধৰা পৰা মতে এগৰাকী মহিলাই কাকত খনৰ কাৰ্যালয়ক লক্ষ্য কৰি গ্ৰেণেডটো নিক্ষেপ কৰিছিল।

কাকত খনৰ সম্পাদক অৰিবাম ৰবীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে কাকতখনলৈ কোনো ভাবুকি অহা নাছিল।

কাকতৰ কাৰ্যালয়ত চলোৱা এইি আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে অল মণিপুৰ ৱৰ্কিং জাৰ্নেলিষ্ট ইউনিয়ন আৰু এডিটৰ্ছ গীল্ড মণিপুৰে।

গীল্ডৰ সভাপতি কে খমড্ৰামে অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে। ইপিনে মণিপুৰৰ কাংপোকপি জিলাৰ  খেংজাং নামৰ গাঁও খনত বাস কৰা লোকসকলক গাঁও এৰি যাবলৈ নিৰ্দেশ দিছে বিদ্ৰোহীয়ে।

যোৱা ৬ ফেব্ৰুৱাৰীত বিদ্ৰোহীয়ে গাঁও খনত প্ৰৱেশ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰু গাঁওবাসীক গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে গাঁও খনত চৰকাৰে কামাণ্ডো বাহিনী মোতায়েন কৰিছে।

Recent News

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd