• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত ব্ৰাফ্ৰেডৰ বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি, ৭০ লাখতকৈ অধিক টকাৰ বস্ত্ৰ বিক্ৰী

গ্ৰাহকৰ মাজত গছ পুলি বিতৰণেৰে বল্কলৰ পৰিবেশ ৰক্ষাৰ অভিনৱ প্ৰয়াস

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 5, 2019 9:02 pm
বস্ত্ৰমেলাৰ এক দৃশ্য

বস্ত্ৰমেলাৰ এক দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ উন্নয়ন আয়ুক্তৰ সৌজন্যত আৰু ব্ৰাফ্ৰেডৰ উদ্যোগত তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত  ২৫ অক্টোবৰৰ পৰা ১৪ দিনীয়া কাৰ্য্যসূচীৰে বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলা অনুষ্ঠিত হৈছে।

হস্ততাঁত আৰু বস্ত্ৰমেলাত বিগত কেইদিনত যথেষ্ট সংখ্যক লোকে বিভিন্ন সামগ্ৰী ক্ৰয়ৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে।

Apply Now

তামুলপুৰত অনুষ্ঠিত বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলাত হাৰিয়ানা, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰৰ উপৰিও অসমৰ কেইবাখনো জিলাৰ লগতে বিটিএডিৰ চাৰিখন জিলাৰ মুঠ ৪০ খন বপণীয়ে অংশ লয়।

আনহাতে, হস্ততাঁত আৰু বস্ত্ৰমেলাত অসম তথা উত্তৰ-পূবৰ শিপিনী সকলে হাতেৰে বোৱা বস্ত্ৰ আৰু বিভিন্ন ঘৰুৱা কামত ব্যৱহৃত সামগ্ৰী বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে।

তদুপৰি, হাৰিয়ানা, কাশ্মীৰ, পাঞ্জাৱ, কাশ্মীৰ আদি ৰাজ্যৰ থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত বিশেষ বিশেষ বস্ত্ৰ সমূহ বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

বিপণী সমূহে তামূলপুৰীয়া ৰাইজৰ উপৰিও বাক্সা জিলাৰ ভিন্ন প্ৰান্তৰ গ্ৰাহক ৰাইজৰ পৰা বিশেষ সঁহাৰি পোৱা বুলি ব্ৰাফেডৰ কাৰিকৰী প্ৰশিক্ষক মৃদুল বৈশ্যই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

বিগত বাৰটা দিনত সত্তৰ লাখতকৈ অধিক মূল্যৰ সামগ্ৰী বিক্ৰী হোৱা বুলি মৃদুল বৈশ্যই প্ৰকাশ কৰে।

ব্ৰাফেডৰ দ্বাৰা আয়োজিত বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলাৰ লগত সংগতি প্ৰতিদিনে বিভিন্ন সাংস্কৃতিক কাৰ্য্যক্ৰম অনুষ্ঠিত কৰা হৈছে।

অনুষ্ঠানত আমন্ত্ৰিত শিল্পীয়ে সংগীত পৰিবেশ কৰাৰ উপৰিও স্থানীয় শিল্পী সকলে নৃত্য, গীত পৰিবেশন কৰি হস্ততাঁত বস্ত্ৰমেলাক অনন্য মাত্ৰা প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, অনলাইন বস্ত্ৰ বিক্ৰেতা বল্কলৰ বিপণীখনে অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত চাদৰ-মেখেলা, শাৰী, এৰি চাদৰ, গামোচা, আৰণাই, দখনা আদি যথেষ্ট পৰিমাণে বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে।

বল্কলৰ বিপণীখনে   ‘ক্লীন দ্যা ৱৰ্ল্ড, গ্ৰীণ দ্যা ৱৰ্ল্ড’ক মূল হিচাপে লৈ প্ৰতি গৰাকী গ্ৰাহকৰ হাতত একোডালকৈ মূল্যবান গছৰ পুলি উপহাৰ হিচাপে তুলি দি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও প্ৰকৃতিপ্ৰেমীক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

১৪ দিনীয়া বস্ত্ৰ মেলাখন ৭ নৱেম্বৰত সামৰণি পৰিব আৰু সামৰণি লৈকে এক কোটিত কৈ অধিক টকাৰ বস্ত্ৰ বিক্ৰী হব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd