• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়াত আঘাতত জুৰুলা ভাৰতীয় দল; বুমৰাহৰ পাছত এইবাৰ হনুমা বিহাৰী বাহিৰ দলৰ পৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 7:05 pm

1 min read

অষ্ট্ৰেলিয়াত আঘাতত জুৰুলা ভাৰতীয় দল; বুমৰাহৰ পাছত এইবাৰ হনুমা বিহাৰী বাহিৰ দলৰ পৰা
115
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ মাটিত আঘাতত জুৰুলা ভাৰতীয় ক্ৰিকেট দলৰ বাবে আন এক দুঃসংবাদ কঢ়িয়াই দলৰ পৰা বাহিৰ হৈছে মিডল অৰ্ডাৰ বেটছমেন হনুমা বিহাৰী।

তৃতীয় টেষ্টত বেটিং কৰি থকাৰ সময়ত হেমষ্ট্ৰিঙৰ আঘাতত ভূগি থকা হনুমা বিহাৰীয়ে চতুৰ্থ তথা অন্তিমখন টেষ্টত ভাৰতীয় দলৰ হৈ অংশ ল’ব নোৱাৰাটো নিশ্চিত হৈছে।

তৃতীয় টেষ্টৰ হিৰো হনুমা বিহাৰীৰ আঘাত ভাৰতীয় দলৰ বাবে এক মোক্ষম আঘাত ৰূপে বিবেচিত হৈছে।

ইপিনে, তৃতীয় টেষ্টত আঘাতপ্ৰাপ্ত ৰবীন্দ্ৰ জাডেজা আৰু জাচপ্ৰীত বুমৰাহো চতুৰ্থ টেষ্টৰ পৰা বাহিৰ হৈছে।

ভাৰতৰ চলিত অষ্ট্ৰেলিয়া ভ্ৰমণত বুমৰাহ, মহম্মদ চামী, উমেশ যাদৱ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাডেজা, হনুমা বিহাৰী আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰ হৈছে।

আনহাতে, স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিন, মিডল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰা, অপেনিং বেটছমেন মায়াংক আগৰৱালো বৰ্তমান আঘাতৰ সৈতে যুঁজি আছে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd