আজি শচীন টেণ্ডুলকাৰৰ জন্মদিন।
৪৮ বছৰত ভৰি দিলে বিশ্ব ক্ৰিকেটৰ কিংম্বদন্তিগৰাকীয়ে।
এই লৈ ২৪ এপ্ৰিল তাৰিখটো যোৱা কেইবাদশকধৰি ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা বিশেষ দিন।
সতীৰ্থ ক্ৰিকেটাৰ, অনুৰাগী, পৰিয়াল-পৰিজনে উলহ-মালহকৈ পালন কৰি আহিছে এই দিনটো।
কিন্তু যোৱা বৰ্ষত মহামাৰিৰ বাবে টেণ্ডুলকাৰে জন্মদিন পালন নকৰিলে।
এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।
কৰোণাৰ স’তে যুঁজ দি থকা চিকিৎসাকৰ্মীসকলৰ প্ৰতি সন্মান জনাই তেওঁ জন্মদিন পালন বাতিল কৰে।
জন্মদিন পালন নকৰিলেও শুভেচ্ছাবাণীৰ অভাৱ হোৱা নাই টেণ্ডুলকাৰৰ বাবে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটি ভিডিঅ’ত দেখা গৈছে তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পৰা আৰম্ভ কৰি সুনীল গাভাস্কাৰলৈকে, সকলোৱে টেণ্ডুলকাৰৰ ভৰিত ধৰি প্ৰণাম কৰিছে।
A small edit on my Idol ❤️@sachin_rt#SachinTendulkar pic.twitter.com/IvAAurI1Lp
— Priya #MI🇮🇳😎 (@Priya_srt10) April 17, 2021
অনেক লোকে ভিডিঅ’টো শ্বেয়াৰ কৰি কৈছে যে টেণ্ডুলকাৰক কিয় ক্ৰিকেটৰ ঈশ্বৰ বুলি কোৱা হয়, এয়া তাৰেই প্ৰমাণ।
আইচিচি আৰু বিচিচিআইয়ে টেণ্ডুলকাৰৰ সফলতাৰ একোখন তালিকা শ্বেয়াৰ কৰি টুইটযোগে ক্ৰিকেটাৰগৰাকীক শুভেচ্ছাপ্ৰদান কৰিছে।
6⃣6⃣4⃣ intl. matches
3⃣4⃣,3⃣5⃣7⃣ intl. runs
1⃣0⃣0⃣ intl. hundreds
2⃣0⃣1⃣ intl. wicketsHere’s wishing the legendary @sachin_rt a very happy birthday. 🎂 👏 #TeamIndia
Let’s relive that special knock with which he became the first batsman to score an ODI double ton 🎥 👇
— BCCI (@BCCI) April 24, 2021
🏏 Highest international run-scorer
💯 International centuries
🏆 @cricketworldcup winner
🥇 ICC Hall of FamerThe India legend turns 48. Happy birthday, @sachin_rt 🥳 pic.twitter.com/EiHS7OysRO
— ICC (@ICC) April 24, 2021
টুইটাৰত বিৰাট কোহলী, হৰভজন সিং, যুৱৰাজ সিং, সুৰেশ ৰাইনা, দীনেশ কাৰ্তিকেও টেণ্ডুলকাৰক জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰিছে।
One of the greatest to have ever played the game and an inspiration to many. Happy Birthday @sachin_rt paaji.
— Virat Kohli (@imVkohli) April 24, 2021
प्रिय सचिन, वाढदिवसाच्या अनकोत्तम शुभेच्छा. फॉर्म तात्कालिक, तर दर्जा चिरंतन असतो ही उक्ती तू सार्थ ठरवली अन करोनाला चीतपट केलेस. तू सदैव प्रेरणास्थान राहशील ! #HappyBirthdaySachin pic.twitter.com/nl98MvNpHF
— Harbhajan Turbanator (@harbhajan_singh) April 24, 2021
Wishing the legendary master blaster @sachin_rt a very Happy Birthday! Great to see you back and fully recovered! Lots of love and best wishes ❤️🤗 #HappyBirthdaySachin pic.twitter.com/7XmFo05Lpv
— Yuvraj Singh (@YUVSTRONG12) April 24, 2021
Wishing a very happy birthday to @sachin_rt. So many fond memories of playing with you are a treat in itself. Hope you’re doing well and my best wishes to you!#HappyBirthdaySachin pic.twitter.com/FMoHIyFLlD
— DK (@DineshKarthik) April 24, 2021
Many many happy returns of the day @sachin_rt to an absolute legend of cricket. Your passion towards cricket made us love the game and gave a lifetime of memories! Wishing you a blessed & a healthy life always 🙌 pic.twitter.com/llPGhtu4rd
— Suresh Raina🇮🇳 (@ImRaina) April 24, 2021
এই শুভেচ্ছাসমূহ লাভ কৰি পুলকিত হৈ পৰিছে শচীন টেণ্ডুলকাৰ।
টুইটাৰত এটা ভিডিঅ’ প’ষ্ট কৰি তেওঁ সকলোলৈকে ধন্যবাদ জনাই নিজৰ বাৰ্তা প্ৰেৰণ কৰিছে।
তেওঁ কয় যে ক’ভিড ৰোগীসকলক প্লাজমাৰ প্ৰয়োজন।
সেয়ে অনুৰাগীসকললৈ তেওঁ অনুৰোধ কৰে যে সকলোৱে যেন প্লাজমা প্ৰদান কৰে।
Thank you everyone for your warm wishes. It’s made my day special. I am very grateful indeed.
Take care and stay safe. pic.twitter.com/SwWYPNU73q
— Sachin Tendulkar (@sachin_rt) April 24, 2021