• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ললিপপহে দিয়া হৈছে চাহালক! কিয় এইদৰে ক’লে ক্ষোভিত হৰভজনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2023 6:00 pm
India squad vs South Africa Harbhajan Singh on Yuzvendra Chahal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰে বিচিচিআয়ে। তিনিগৰাকী পৃথক অধিনায়কৰ নেতৃত্বত তিনিওটা ফৰ্মেটৰ শৃংখলাৰ বাবে বিচিচিআয়ে দল ঘোষণা কৰে।

দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকাৰ পিছত এই ভ্ৰমণতে প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে। কালি ঘোষিত এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰকাগৰাকীক।

Apply Now

মূলত: চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত চাহালে প্ৰটিয়াছ বাহিনীৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাটোৰ বাবে দলত স্থান লাভ কৰে।

চাহালৰ এই প্ৰত্যাৱৰ্তনে ক্ৰিকেট প্ৰেমীক সন্তুষ্ট কৰিছে। কিন্তু দেশৰ প্ৰাক্তন তাৰকা স্পিনাৰ হৰভজন সিঙে একেসময়তে প্ৰকাশ কৰিছে ক্ষোভ। হৰভজন সিঙৰ মন্তব্য, নিৰ্বাচকসকলে চাহালক দিছে ললীপপ!

মূলত: টি-২০ শৃংখলাৰ বাবে দলৰ পৰা চাহালক বাদ দিয়াৰ বাবেই এইদৰে ক্ষোভ প্ৰকাশ কৰিছে হৰভজনে। প্ৰাক্তন খেলুৱৈগৰাকীৰ প্ৰতিক্ৰিয়া, এদিনীয়া দলত থকা চাহাল টি-২০ত কিয় নাই!

এই প্ৰসঙ্গতে তেওঁ কয়, “নিৰ্বাচকে মাত্ৰ ললিপপহে দিছে চাহালক। যি ফৰ্মেটত ভাল প্ৰদৰ্শন কৰি আছে, তাতে তেওঁক দলত লোৱা নাই আৰু লৈছে আন ফৰ্মেটত! এয়া মোৰ বুজিব পৰাৰ বাহিৰত।”

চাহালৰ উপৰিও হৰভজনে টেষ্টৰ বিশেষজ্ঞ তাৰকা চেতেশ্বৰ পূজাৰা, আজিংক্যা ৰাহানে আৰু উমেশ যাদৱক টেষ্ট দলৰ পৰা বাদ দিয়াৰ সন্দৰ্ভতো আশ্চৰ্য প্ৰকাশ কৰে।

তিনিওকে টেষ্ট দলৰ পৰা বাদ দিয়াৰ কাৰণ নিৰ্বাচকে স্পষ্ট কৰিব লাগে বুলি হৰভজনে নিজৰ ইউটিউব চেনেলত এক ভিডিঅ’ত কয়। হৰভজনৰ মতে দক্ষিণ আফ্ৰিকা ভ্ৰমণ সহজ নহয় আৰু বেটছমেনৰ বাবে এয়া কঠিন।

কিন্ত কালি ঘোষিত দল অনুসৰি দক্ষিণ আফ্ৰিকা টেষ্টত চেতেশ্বৰ পূজাৰা আৰু আজিংক্যা ৰাহানে নাথাকিব, এই লৈ আচৰিত হৈছে হৰভজন সিং। তেওঁ কয়, যুৱ খেলুৱৈসকলে সুযোগ পাইছে, ই সঁচাকৈয়ে ভাল কথা।

কিন্তু নিৰ্বাচকসকলে দল ঘোষণাৰ আগত ৰাহানে, পূজাৰা বা উমেশ যাদৱ সৈতে যে আলোচনা কৰিছে, সেই ক্ষেত্ৰত হৰভজনে সন্দেহ প্ৰকাশ কৰে আৰু যেতিয়াই যাদৱে সুযোগ পাইছে, তেতিয়াই ভাল প্ৰদৰ্শন কৰিছে বুলি সোঁৱৰাই দিয়ে।

লগতে তেওঁলোকৰ সৈতে আলোচনা কৰি কিয় তেওঁলোকক দলত স্থান দিয়া নহ’ল আৰু তেওঁলোকৰ কেৰিয়াৰৰ সম্ভাৱ্য পথ কি হ’ব সেয়া স্পষ্ট কৰি দিয়া ভাল বুলি প্ৰাক্তন তাৰকাগৰাকীয়ে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd