• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোটা ধনৰ বিনিময়ত বিক্ৰী কৰা হৈছিল ৰাজ্যসভাৰ আসন : বিজেপিত যোগ দিয়েই বিস্ফোৰক অভিযোগ হৰভজন  সিঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 2:20 pm
205
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে আম আদমি পাৰ্টী ত্যাগ কৰি বিজেপিত যোগ দিয়া প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙে তেওঁৰ পুৰণি দলটোৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে আম আদমি পাৰ্টীৰ শীৰ্ষ নেতৃত্বই মোটা টকাৰ বিনিময়ত পঞ্জাৱৰ ৰাজ্যসভাৰ আসনসমূহ বিক্ৰী কৰিছে। উল্লেখ্য যে অলপ দিন আগলৈকে হৰভজন সিং আপ দলতেই আছিল আৰু এই দলৰ টিকটৰেই তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল। কিন্তু বিজেপিত যোগ দিয়াৰ পিছৰে পৰা তেওঁ পুৰণি দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

আচলতে আপ এৰি বিজেপিত যোগ দিয়াৰ পিছৰে পৰা হৰভজন সিঙে ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ মুখামুখি হবলগীয়া হৈছে। বিৰোধী দলৰ সমৰ্থকসকলে তেওঁক তীব্ৰভাৱে আক্ৰমণ কৰিছে। শেহতীয়াকৈ এজন লোকে ছচিয়েল মিডিয়াত হৰভজনক প্ৰশ্ন কৰিছিল যে পঞ্জাৱত ৭০০ ৰ পৰা ৮০০ কৃষকৰ মৃত্যুৰ বাবে দায়ী বিজেপিত তেওঁ কিয় যোগ দিলে আৰু যোগ দিয়াৰ সময়ত ৰাজ্যসভাৰ আসনখন কিয় এৰি নিদিলে। আনকি আপ এৰি বিজেপিলৈ যোৱা সাংসদসকলক ২০ ৰ পৰা ২৫ কোটি টকাকৈ ঘোচ দিয়া হৈছে বুলিও সেই পোষ্টটোত অভিযোগ কৰা হৈছিল।

Apply Now

এই পোষ্টটোৰ উত্তৰ দি হৰভজন সিঙে ওলোটাই আপক হে আক্ৰমণ কৰে। তেওঁ কয় যে তেওঁক বিশ্বাসঘাটক বুলি কোৱাৰ আগতে নিজৰ নেতাসকলক সোধক যে পঞ্জাৱৰ ৰাজ্যসভাৰ আসনসমূহ বিক্ৰী কৰিবলৈ তেওঁলোকে কিমান টকা ঘোচ লৈছে। হৰভজনে স্পষ্টকৈ কয় যে যদি তেওঁলোকৰ নেতাসকলে এই কথা কব নোৱাৰে, তেন্তে সময় অহাত তেওঁ নিজেই সকলো প্ৰশ্নৰ উত্তৰ দিব আৰু কোনে কিমান টকা লৈছে সেয়া ফাদিল কৰিব। কেৱল ৰাজ্যসভাৰ আসনেই নহয়, আপে পঞ্জাৱৰ কেইবাটাও মন্ত্ৰী পদো টকাৰ বিনিময়ত বিক্ৰী কৰিছে বুলি তেওঁ বিস্ফোৰক দাবী কৰে।

আম আদমি পাৰ্টীৰ বিৰুদ্ধে টকাৰ বিনিময়ত টিকট বিক্ৰী কৰাৰ এই অভিযোগ অৱশ্যে নতুন নহয় আৰু বিজেপিয়ে ইয়াৰ আগতেও এই বিষয় লৈ বহুবাৰ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু এইবাৰ হৰভজন সিঙৰ এই দাবীক সাৰথি কৰি পঞ্জাৱত কংগ্ৰেছ দলো সৰৱ হৈ পৰিছে। কংগ্ৰেছ নেতা প্ৰতাপ সিং বাজৱাই কৈছে যে হৰভজনে কৰা এই অভিযোগ অত্যন্ত গুৰুতৰ আৰু ইয়াৰ উত্তৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে দিবই লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd