• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কি নতুন অভিলেখ গঢ়িলে চাহাল আৰু পাণ্ডেয়াই?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2020 8:21 am

1 min read

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কি নতুন অভিলেখ গঢ়িলে চাহাল আৰু পাণ্ডেয়াই?
1.3k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অনন্য অভিলেখৰ অধিকাৰী হয় দুই ভাৰতীয় ক্ৰিকেটাৰ য়ুবেন্দ্ৰ চাহাল আৰু হাৰ্দিক পাণ্ডেয়া।

শুকুৰবাৰে ছিডনীত অনুষ্ঠিত হোৱা খেলখনত চাহালে বৰ্তমানলৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এখন খেলত আটাইতকৈ অধিক ৰান খৰছ কৰা ভাৰতীয় স্পীনাৰ হিচাপে পৰিগণিত হয়।

চাহালে প্ৰথমখন এদিনীয়াত ১০ অভাৰ বলিং কৰি ৮৯ ৰান দি এটা উইকেট দখল কৰে।

এইক্ষেত্ৰত চাহালে নিজৰে পূৰ্বৰ অভিলেখ ভংগ কৰে। পূৰ্বে চাহালে ইংলেণ্ডৰ বিৰুদ্ধে এখন খেলত ৮৮ ৰান খৰছ কৰিছিল।

আনহাতে, একেখন খেলতে আন এক অভিলেখৰ গৰাকী হয় ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়া।

পাণ্ডেয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত আটাইতকৈ কম বলত ১০০০ ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে অভিলেখ গঢ়ে।

পাণ্ডেয়াই এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০০ ৰান সংগ্ৰহ কৰিবলৈ মাত্ৰ ৮৫৭ টা বলৰ সন্মুখিন হৈছে।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কেডাৰ যাদৱৰ নামত। কেডাৰ যাদৱে ৯৩৭ টা বলত এই অভিলেখ গঢ়িছিল।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd