• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত: মুম্বাইলৈ ঘূৰি নাহিল পাণ্ডিয়া; চাওক দহ ফ্ৰেন্সাইজিৰ সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2023 9:34 pm
Hardik Pandya IPL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটপ্ৰেমীৰ উৎসুকতাৰ অন্ত পৰিল। পুনৰ নীলা জাৰ্চিত হাৰ্দিক পাণ্ডিয়াৰ আই পি এল যাত্ৰাক লৈ চলি থকা চৰ্চাৰো ঘটিল অৱসান। চৰ্চা চলি থকাৰ দৰে আগন্তুক ছিজনত মুম্বাই ইণ্ডিয়ানছত নহয়, গুজৰাট টাইটানছতে দেখা যাব তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক।

অহা মাহত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ মিনি নিলামৰ পূৰ্বে আজি গুজৰাট টাইটানছে পাণ্ডিয়াক বাহাল ৰাখে দলত। তাৰ লগে লগে হাৰ্দিক পাণ্ডিয়াক পুনৰবাৰ মুম্বাই ইণ্ডিয়ানছ দলত দেখা পোৱা যাব বুলি যি চৰ্চা চলি আছিল, সেয়া সম্ভৱ নহ’ল।

Apply Now

আজি আই পি এলৰ প্ৰতিটো ফ্ৰেন্সাইজিয়ে প্ৰকাশ কৰে দলত খেলুৱৈৰ বাহাল ৰখাৰ তালিকাৰ লগতে খেলুৱৈ মুকলিৰ তালিকা। পাণ্ডিয়া সন্দৰ্ভত প্ৰকাশিত হৈ থকা খবৰৰ সকলো সম্ভাৱনা নুই হোৱাৰ লগতে আজি খেলুৱৈৰ মুকলিৰ তালিকাসমূহত দেখা যায় কেইবাগৰাকীও তাৰকা খেলুৱৈক।

ইফালে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হিচাপে গত দুটা ছিজনত দায়িত্বত থকা লোকেশ ৰাহুল লক্ষ্ণৌ ত্যাগ কৰি আন ফ্ৰেন্সাইজিত যাব বুলিও চৰ্চা চলিছিল যদিও ফ্ৰেন্সাইজিটোৱে দলত বাহাল ৰাখে ৰাহুলক।

আনহাতে আঘাতপ্ৰাপ্ত ঋষভ পন্ত কেতিয়া পুনৰ খেলপথাৰলৈ ঘূৰিব, তাৰ কোনো নিশ্চয়তা নাই যদিও দিল্লী কেপিটেলছে পন্তক দলত ৰখাৰ সিদ্ধান্ত লয়। ইফালে ইংলেণ্ডৰ তাৰকা পেচাৰ জফ্ৰা আৰ্চাৰক মুকলি কৰি দিয়ে মুম্বাই ইণ্ডিয়ানছে।

আৰ্চাৰৰ লগতে ফ্ৰেন্সাইজিৰ পৰা মুকলি হোৱা খেলুৱৈৰ তালিকাত আছে আন কেইবাগৰাকীও তাৰকাৰ নাম। চাও আহক দহটা ফ্ৰেন্সাইজিয়ে দলত বাহাল ৰখা তথা মুকলি কৰা খেলুৱৈৰ তালিকা:

দিল্লী কেপিটেলছ:

বাহাল ৰখা খেলুৱৈ: ঋষভ পন্ত, প্ৰবীণ ডুবে, ডেভিদ ৱাৰ্নাৰ, বিকি অষ্ট’ৱাল, পৃথ্বী শ্ব’, এনৰিখ ন’কিয়া, অভিষেক প’ৰেল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, লুংগী এনঙিদি, ললিত যাদৱ, খলিল আহমেদ, মিচেল মাৰ্শ্ব, ঈশান্ত শৰ্মা, য়শ ধোল, মুকেশ কুমাৰ।

মুকলি কৰা খেলুৱৈ: ৰিলী ৰছৌ, চেতন চাকাৰিয়া, ৰ’ভমেন পাৱেল, মনীষ পাণ্ডে, ফিল ছল্ট, মুস্তাফিজুৰ ৰহমান, কমলেশ নগৰকোটি, ৰিপল পেটেল, ছৰফৰাজ খান, অমন খান, প্ৰিয়ম গাৰ্গ।

ৰাজস্থান ৰয়েলছ:

বাহাল ৰখা খেলুৱৈ: সঞ্জু চেমছন, জ’ছ বাটলাৰ, ছিমৰন হেটমায়াৰ, য়শস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ড’নভান ফেৰেইৰা, কুনাল ৰাথোড়, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ সেন, নৱদীপ ছাইনী, প্ৰসিধ কৃষ্ণ, সন্দীপ শৰ্মা, ট্ৰেণ্ট ব’ল্ট, যুজবেন্দ্ৰ চাহাল, এডাম জাম্পা।

মুকলি কৰা খেলুৱৈ: জো ৰুট, আব্দুল বাছিথ, জেছন হ’ল্ডাৰ, আকাশ বশিষ্ঠ, কুলদীপ যাদৱ, অ’বেদ মেককয়, মুৰুগান অশ্বিন, কে চি কেৰিয়াপ্পা, কে এম আছিফ।

আনহাতে আৱেশ খানক লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পৰা দললৈ অনা হৈছে।

পঞ্জাব কিংছ:

বাহাল ৰখা খেলুৱৈ: শিখৰ ধাৱান, মেথিউ শ্বৰ্ট, প্ৰভসিমৰন সিং, জিতেশ শৰ্মা, চিকন্দৰ ৰাজা, ঋষি ধাৱান, লিয়াম লিভিংষ্টন, অথৰ্ব টাইডে, অৰ্শ্বদীপ সিং, নাথান এলিছ, ছেম কোৰাণ, কাগিছ’ ৰাবাদা, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চাহাৰ, হৰপ্ৰীত ভাটিয়া, বিদ্বাথ কাবেৰাপ্পা, শিৱম সিং।

মুকলি কৰা খেলুৱৈ: মোহিত ৰাথী, ৰাজ বাৱা, শ্বাহৰুখ খান, ভানুকা ৰাজাপাক্ষে, বালতেজ সিং

চেন্নাই ছুপাৰ কিংছ:

বাহাল ৰখা খেলুৱৈ : এম এছ ধোনি,মঈন আলী, দীপক চাহাৰ, ডেভন কনৱে’, তুষাৰ দেশপাণ্ডে, শিৱম ডুবে, ৰুতুৰাজ গাইকোৱাড, ৰাজবৰ্ধন হাংগাৰগেকাৰ, ৰবীন্দ্ৰ জাডেজা, অজয় মণ্ডল, মুকেশ চৌধুৰী, মথিছা পাথিৰানা, আজিংক্যা ৰাহানে, চেইক ৰছিদ, মিচেল চান্তনাৰ, সিমৰজীত সিং, নিশান্ত সিন্ধু, প্ৰশান্ত ছোলাংকি, মহীশ থিকশানা।

মুকলি কৰা খেলুৱৈ: বেন ষ্ট’কছ, ডুৱেইন প্ৰিট’ৰিয়াছ, ভগথ বৰ্মা, সুব্ৰংশু সেনাপতি, আম্বাতি ৰায়ুডু, কাইল জেমিছন, আকাশ সিং, ছিছান্দা মাগালা।

কলকাতা নাইট ৰাইডাৰ্ছ:

বাহাল ৰখা খেলুৱৈ: নীতিশ ৰাণা, ৰিংকু সিং, ৰহমানুল্লাহ গুৰবাজ, শ্ৰেয়স আয়াৰ, জেছন ৰয়, সুনীল নাৰাইন, সূয়াশ শৰ্মা, অনুকুল ৰায়, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, হৰ্ষিত ৰানা, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী।

মুকলি কৰা খেলুৱৈ: ছাকিব আল হাছান, লিটন দাস, আৰিয়া দেশাই, ডেভিড উইজি, নাৰায়ণ জগদীষান, মনদ্বীপ সিং, কুলৱন্ত খেজৰোলিয়া, শ্বাৰদুল ঠাকুৰ, লকি ফাৰ্গুচন, উমেশ যাদৱ, টিম চাউথী, জনছন চাৰ্লছ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ:

বাহাল ৰখা খেলুৱৈ: আব্দুল ছামাদ, এইডেন মাৰ্ক্ৰাম, ৰাহুল ত্ৰিপাঠী, গ্লেন ফিলিপছ, হেইনৰিখ ক্লাচেন, মায়াংক আগৰৱাল, অনমোলপ্ৰীত সিং, উপেন্দ্ৰ সিং যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, মাৰ্কো জান্সেন, ৱাশ্বিংটন সুন্দৰ, সনবীৰ সিং, ভূৱনেশ্বৰ কুমাৰ, টি নটৰাজন, মায়াংক মাৰ্কাণ্ডে, উমৰাণ মালিক, ফজলহাক ফাৰুকী।

মুকলি কৰা খেলুৱৈ: হেৰী ব্ৰুক, সমৰ্থ ব্যাস, কাৰ্তিক ত্যাগী, বিভ্ৰান্ত শৰ্মা, আকিল হোছেইন, আদিল ৰছিদ।

আনহাতে শ্বাহবাজ আহমেদক ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰা দলত অন্তৰ্ভুক্ত কৰা হৈছে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ:

বাহাল ৰখা খেলুৱৈ: কে এল ৰাহুল, কুইণ্টন ডি ক’ক, নিকোলাছ পোৰাণ, আয়ুষ বাদনি, কাইল মেয়াৰ্ছ, মাৰ্কাছ ষ্টয়নিছ, দীপক হুদা, ৰবি বিষ্ণৈ, নবীন উল হক, ক্ৰুনাল পাণ্ডিয়া, যুধবীৰ সিং, প্ৰেমক মানকাড, য়শ ঠাকুৰ, অমিত মিশ্ৰ, মাৰ্ক উড, মায়াংক যাদৱ, মহছিন খান।

মুকলি কৰা খেলুৱৈ: জয়দেৱ উনাদকট, ডেনিয়েল চেমছ, মনন ভোহৰা, স্বপ্নীল সিং, কৰণ শৰ্মা, অৰ্পিত গুলেৰিয়া, সূৰ্য্যংশ শ্বেডজে, কৰুণ নায়াৰ

আনহাতে দেৱদূত পাড়িকালক ৰাজস্থান ৰয়েলছৰ পৰা দললৈ অনা হৈছে।

গুজৰাট টাইটানছ:

বাহাল ৰখা খেলুৱৈ: হাৰ্দিক পাণ্ডিয়া, ডেভিদ মিলাৰ, শুভমন গিল, মেথিউ ৱেড, ঋদ্ধিমান সাহা, কেন উইলিয়ামছন, অভিনৱ মনোহৰ, বি ছাই সুধৰচন, দৰ্শন নলকাণ্ডে, বিজয় শংকৰ, জয়ন্ত যাদৱ, ৰাহুল তেৱাটিয়া, মহম্মদ ছামি, নূৰ আহমদ, চাই কিশোৰ, ৰছিদ খান, জ’ছুৱা লিটল, মোহিত শৰ্মা।

মুকলি কৰা খেলুৱৈ: য়চ দয়াল, কে এছ ভাৰত, শিৱম মাভি, উৰভিল পেটেল, প্ৰদীপ চাংৱান, অডেইন স্মিথ, আলজাৰী জোচেফ, দছুন চনকা।

মুম্বাই ইণ্ডিয়ানছ:

মুকলি কৰা খেলুৱৈ: ম. আৰ্ছাদ খান, ৰমনদ্বীপ সিং, ৰিতিক শ্বোকিন, ৰাঘৱ গোয়েল, জ’ফ্ৰা আৰ্চাৰ, ট্ৰিষ্টান ষ্টাবছ, ডুৱেন জান্সেন, জায়ে ৰিচাৰ্ডছন, ৰাইলী মেৰেডিথ, ক্ৰীছ জৰ্ডান, সন্দীপ ৱাৰিয়ৰ

বাহাল ৰখা খেলুৱৈ: ৰোহিত শৰ্মা, ডেৱাল্ড ব্ৰেভিছ, সূৰ্যকুমাৰ যাদৱ, ঈশান কিষাণ, তিলক ভাৰ্মা, টিম ডেভিদ, বিষ্ণু বিনোদ, অৰ্জুন টেণ্ডুলকাৰ, কেমেৰুন গ্ৰীণ, ছামছ মুলানী, নেহাল ৱাধেৰা, যশপ্ৰীত বুমৰাহ, কুমাৰ কাৰ্তিকেয়া, পিযুষ চাওলা, আকাশ মাধৱাল, জেছন বেহৰেণ্ডৰ্ফ।

আনহাতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰা ৰোমাৰিঅ’ শ্বেফাৰ্ডক দললৈ অনা হৈছে।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু:

মুকলি কৰা খেলুৱৈ: ৱানিন্দু হাছাৰংগা,হৰ্ষল পেটেল, জোছ হেজলউড, ফিন এলেন, মাইকেল ব্ৰেচৱেল, ডেভিদ উইলি, ৱেইন পাৰ্নেল, চনু যাদৱ, অবিনাশ সিং, সিদ্ধাৰ্থ কৌল, কেদাৰ যাধৱ।

বাহাল ৰখা খেলুৱৈ: ফাফ ডু প্লেছিছহ, গ্লেন মেক্সৱেল, বিৰাট কোহলী, ৰজত পাটিদাৰ, অনুজ ৰাৱাত, দীনেশ কাৰ্তিক, সুৱাশ প্ৰভুদেছাই, উইল জেকছ, মহিপাল লমৰ’ৰ, কৰ্ণ শৰ্মা, মনোজ ভাণ্ডেজ, ব্যাছক বিজয়কুমাৰ, আকাশ দীপ, মহম্মদ চিৰাজ, ৰিচ টপলি, হিমাংশু শৰ্মা, ৰাজন কুমাৰ।

আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰা মায়াংক ডাগাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd