• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

Harley-Davidson-য়ে ভাৰতীয় বজাৰত অতি সোনকালেই আনিব বুলেটৰ প্ৰতিযোগী দুচকীয়া বাহন: ক’ত, কেনেকৈ ল’ব পাৰিব চাওঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2019 4:30 pm
bike

Harley-davidson ৰ নতুন ৩৩৮ চিচিৰ মটৰচাইকেলৰ আৰ্হি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Harley-Davidson এ চীনৰ নিৰ্মাণ কোম্পানী এটাৰ সৈতে ৩৩৮ চি চিৰ মটৰচাইকেল এখন ২০২০ চনৰ ভিতৰত চীনৰ পৰা আৰম্ভ কৰি এছিয়াৰ বজাৰত মুকলি কৰি দিয়াৰ বাবে চুক্তিবদ্ধ হৈছে। কোম্পানীটোৱে কিউয়ানজিয়াং মটৰচাইকেল কোম্পানী লিমিটেডৰ সৈতে ‘’কিছু সৰু, অধিক সুবিধাজনক’’ Harley-Davidson মটৰচাইকেল চীনত বিক্ৰী কৰিবলৈ কাম কৰি থকাৰ কথা ঘোষণা কৰিছে।

Harley-Davidson ৰ এই মটৰচাইকেলখন চীনৰ বজাৰত মুকলি হোৱাৰ পাছতেই ভাৰতৰ লগতে এছিয়াৰ আন বজাৰতো উপলব্ধ হ’ব।

Apply Now

ফক্স নিউজৰ সূত্ৰ অনুসৰি, মটৰচাইকেলখনত ৩৩৮ চি চি ৰ ইঞ্জিন অন্তৰ্ভুক্ত কৰাৰ কৰা হ’ব যিটো  Harley-Davidson ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত চলি থকা যিকোনো মটৰচাইকেলতকৈ আকাৰত সৰু। নতুন মটৰচাইকেলখন আৰু ইয়াৰ ইঞ্জিন পূব চীনৰ জেজিয়াং প্ৰদেশৰ সিনহুৱাৰ ৱেনলিং মহানগৰত থকা  কিউয়ানজিয়াং কাৰখানাত নিৰ্মাণ কৰা হ’ব।

যোৱা বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোম্পানীটোৱে শুল্ক বচাবলৈ য়ুৰোপলৈ উৎপাদন নিয়াৰ পৰিকল্পনা কৰাৰ কথা কোৱাৰ পাছত Harley-Davidson ক সমালোচনা কৰিছিল। ‘’আমি আমাৰ ব্ৰেণ্ডৰ নতুন ক্ষেত্ৰ এটা গঢ়াৰ জৰিয়তে বিশ্বৰ এখন আটাইতকৈ মটৰচাইকেলৰ বৃহত্তম বজাৰ চীনত হাৰ্লেৰ অধিক গ্ৰাহক সৃষ্টি কৰাৰ সুযোগকলৈ উৎসাহিত,’’- Harley-Davidson ৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী মেট লেভাটিচে কয়।

Harley-Davidson  এ প্ৰদৰ্শনৰ বাবে মুকলি কৰা মডেলটোত দেখা গৈছে যে ৩৩৮ চি চি মটৰচাইকেলখনৰ কোম্পানীটোৰ ছিগনেশ্যাৰ ক্ৰুইজাৰ ডিজাইনতকৈ বহুখিনি পাৰ্থক্য আছে। বিগত বৰ্ষত  Harley-Davidson এ সদৰী কৰিছিল যে ই এছিয়াত কম ওজনৰ মটৰচাইকেল আৰু বিশ্বত ইলেকট্ৰিক বাইক মুকলি কৰা পৰিকল্পনা কৰিছে।

দুয়োটা সহযোগী কোম্পানীয়ে চীনত বিক্ৰী কৰিবৰ বাবে এখন প্ৰিমিয়াম ৩৩৮ চি চিৰ মটৰচাইকেল যৌথভাৱে নিৰ্মাণ কৰি তোলাৰ পৰিকল্পনা কৰিছে। মটৰচাইকেলখনক পৰ্যায়ক্ৰমে ভাৰতকে ধৰি এছিয়াৰ আন বজাৰলৈয়ো সম্প্ৰসাৰিত কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd