• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সকলোকে ক্ষমা কৰি শুই পৰা’! ‘পৰোক্ষ ইচ্ছামৃত্যু’ৰ অনুমতিৰ পাছতে এইমছলৈ নিয়াৰ পূৰ্বে হৰিশ ৰাণাক আৱেগিক বিদায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 6:35 pm
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুপ্ৰিম ক’ৰ্টৰ পৰা ‘পৰোক্ষ ইচ্ছামৃত্যু’ৰ আইনী সন্মতি লাভ কৰাৰ পাছতেই গাজিয়াবাদৰ যুৱক হৰিশ ৰাণাক তেওঁৰ পৰিয়ালে এক আৱেগিক পৰিৱেশত শেষ বিদায় জনায়। ২০১৩ চনৰ পৰা সম্পূৰ্ণৰূপে শয্যাশায়ী হৈ থকা হৰিশক জীৱনদায়ী ব্যৱস্থাৰ পৰা আঁতৰাই অনাৰ বাবে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসকে এক সুপৰিকল্পিত প্ৰক্ৰিয়াৰে তেওঁৰ জীৱনদায়ী চিকিৎসা সেৱা প্ৰত্যাহাৰ কৰে।

গাজিয়াবাদস্থিত বাসগৃহৰ পৰা হৰিশক এইমছলৈ নিয়াৰ পূৰ্বে সমগ্ৰ পৰিয়াল শোকত ভাগি পৰে। শেহতীয়াকৈ পোহৰলৈ অহা এটা হৃদয়বিদাৰক দৃশ্যত দেখা গৈছে যে বিচনাত নিথৰ হৈ পৰি থকা হৰিশৰ মূৰত হাত বুলাই এগৰাকী মহিলাই কপালত তিলক পিন্ধাই দিছে আৰু কাষতে চকুলো টুকি থিয় হৈ আছে তেওঁৰ মাতৃ। মহিলাগৰাকীয়ে হৰিশক উদ্দেশ্যি কয়, “সকলোকে ক্ষমা কৰি, সকলোৰে পৰা ক্ষমা বিচাৰি শুই পৰা। ঠিক আছে!” প্ৰাপ্ত বাতৰি অনুসৰি, এই মহিলাগৰাকী মাউণ্ট আবুৰ এটা সংগঠনৰ অন্তৰ্গত গাজিয়াবাদৰ মোহন নগৰ সেৱাকেন্দ্ৰৰ চিষ্টাৰ লাভলী আৰু তেওঁৰ সৈতে কোমল নামৰ আন এগৰাকী সদস্যাও উপস্থিত আছিল। হৰিশৰ পিতৃ-মাতৃ এই সংগঠনটোৰ সৈতে জড়িত আৰু তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ আইনী যুঁজখনত এই সংগঠনটোৱে যথেষ্ট সহায় আগবঢ়াইছিল।

Apply Now

যোৱা সপ্তাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে হৰিশৰ পিতৃ-মাতৃৰ আৱেদনত সঁহাৰি জনাই তেওঁৰ পৰোক্ষ ইচ্ছামৃত্যুৰ আবেদনত অনুমোদন জনাইছিল। ন্যায়ালয়ে দিল্লী এইমছক নিৰ্দেশ দিছে যে হৰিশৰ জীৱনদায়ী ব্যৱস্থাসমূহ আঁতৰোৱাৰ সময়ত যাতে কোনো কাৰণতে তেওঁৰ মৰ্যাদাহানি নহয়, সেয়া নিশ্চিত কৰিব লাগিব।

উল্লেখ্য যে, প্ৰায় ১৩ বছৰ পূৰ্বে ২০১৩ চনত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পঞ্চম মহলাৰ পৰা পৰি গৈ হৰিশ ৰাণাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই শোকাৱহ দুৰ্ঘটনাৰ ফলত তেওঁ চিৰদিনৰ বাবে শয্যাশায়ী হৈ পৰে। পুত্ৰৰ এই অসহনীয় যন্ত্ৰণা দূৰ কৰিবলৈ তেওঁৰ পিতৃ-মাতৃয়ে দীৰ্ঘদিন ধৰি আইনী যুঁজ চলাই অৱশেষত ইচ্ছামৃত্যুৰ আবেদন জনাবলৈ বাধ্য হৈছিল, যিটোৱে শেহতীয়াকৈ ন্যায়ালয়ৰ অনুমোদন লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd