• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৱেষণাৰ বাবে দান কৰা মৃতদেহ চুৰিৰ ঘটনাত বিচাৰৰ সন্মুখীন হ’ব লাগিব হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2025 12:25 pm
হাৰ্ভাডৰ প্ৰাক্তন মৰ্গ মেনেজাৰ চেড্ৰিক লজে গৱেষণাৰ বাবে দান কৰা মৃতদেহৰ  অংগ চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে।

হাৰ্ভাডৰ প্ৰাক্তন মৰ্গ মেনেজাৰ চেড্ৰিক লজে গৱেষণাৰ বাবে দান কৰা মৃতদেহৰ অংগ চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে।

27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলত গৱেষণাৰ বাবে দান কৰা মৃতদেহ চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ ফলত বলি হোৱা লোকৰ পৰিয়ালে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে মামলা কৰিব পাৰিব বুলি ৰায় দিছে মাছাচুচেটছৰ শীৰ্ষ ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া ৰায়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মৃতদেহসমূহ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে।

বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন মৰ্গ মেনেজাৰ চেড্ৰিক লজে তেওঁলোকৰ আপোনজনৰ মৃতদেহ আৰু অংগ চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীৰ পৰিয়ালসমূহে। এই ঘটনাত ২০২৩ চনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। লগতে এই গোচৰত তেওঁক দোষী সাব্যস্ত কৰা হয়।

Apply Now

মেছাচুচেটছৰ সৰ্বোচ্চ ন্যায়িক আদালতে কয় যে চেড্ৰিক লজে বিশ্ববিদ্যালয়খনৰ মেডিকেল স্কুলত গৱেষণাৰ বাবে ব্যৱহাৰ কৰা মৃতদেহবোৰ কাটি তাৰ অংগ চুৰি কৰি বিক্ৰী কৰিছিল। ভুক্তভোগীৰ পৰিয়ালসমূহেও তেওঁৰ এই “ভয়ংকৰ কাৰ্য্য”ৰ বাবে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়কে দোষাৰোপ কৰে। কিন্তু নিম্ন আদালতৰ এগৰাকী ন্যায়াধীশে অন্যায়ভাৱে গোচৰসমূহ খাৰিজ কৰি দিয়ে।

ন্যায়াধীশ স্কট কাফকাৰে ৰায় দিয়ে যে অভিযোগকাৰীসকলে অভিযোগ কৰিছে যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে মৃতদেহসমূহৰ সঠিক ব্যৱস্থাপনাত ব্যৰ্থ হৈছে। মৃতদেহবোৰৰ সৈতে যিআচৰণ কৰা হৈছে সেয়া ভয়ংকৰ আৰু অসন্মানজনক। বিশ্ববিদ্যালয়ৰ গাফিলতিৰ সুযোগ লৈ চেড্ৰিক লজে বহু বছৰ ধৰি এই অপকৰ্ম কৰি আহিছিল।

কাফকাৰে আদালতৰ ৰায়দানত লিখিছে, “হাৰ্ভাৰ্ডৰ আইনী কৰ্তব্য আছিল যে তেওঁলোকে দান কৰা মৃতদেহবোৰ সন্মানজনকভাৱে সংৰক্ষণ আৰু সঠিকভাৱে চম্ভালাৰ। কিন্তু এই ক্ষেত্ৰত তেওঁলোক দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে। হাৰ্ভাৰ্ডে নিজেই এই দায়িত্ব স্বীকাৰ কৰিছে।”

হাৰ্ভাৰ্ডৰ মৰণোত্তৰ মৃতদেহ দান কাৰ্যসূচীৰ পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও গোচৰ নতুনকৈ মুকলি কৰিছে আদালতে।

হাৰ্ভাৰ্ড মেডিকেল স্কুলে এক বিবৃতিত লজৰ অসৎ আচৰণক ঘৃণনীয় বুলি অভিহিত কৰিছে। বিবৃতিটোত কোৱা হৈছে যে ই হাৰ্ভাৰ্ডৰ মূল্যবোধৰ পৰিপন্থী।

যোৱা মে’ মাহত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ স্বীকাৰ কৰিছিল লজে। এতিয়া তেওঁ শাস্তিৰ বাবে অপেক্ষা কৰি আছে।

বিচাৰকসকলে কয় যে ২০১৮ চনত চেড্ৰিক লজে মৰ্গৰ পৰা মৃতদেহ চুৰি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ বষ্টনৰ হাৰ্ভাৰ্ড মৰ্গৰ পৰা মূৰ, মগজু, ছাল আৰু শৰীৰৰ অন্যান্য অংশ চুৰি কৰি নিউ হামচায়াৰৰ গফষ্টাউনত থকা নিজৰ ঘৰলৈ লৈ গৈছিল, য’ত তেওঁ পত্নীৰ সহায়ত সেইবোৰ বিক্ৰী কৰি দিছিল।

মুঠ ১২টা গোচৰৰ ভিতৰত ৪৭ জন অভিযোগকাৰীয়ে হাৰ্ভাৰ্ডৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ দাখিল কৰিছে। বিশ্ববিদ্যালয়খনে বছৰ বছৰ ধৰি লজৰ কাৰ্যকলাপক আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd