• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনত ২০১৯ৰ আগষ্টতে ক’ৰ’নাৰ সংক্ৰমণ হৈছিল; হাভাৰ্ড মেডিকেল স্কুলৰ গৱেষকৰ বিস্ফোৰক দাবী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 9, 2020 5:36 pm

1 min read

অসমত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি
4.4k
VIEWS
Share on FacebookShare on Twitter

চীনত ক’ৰ’না ভাইৰাছৰ ২০১৯ চনৰ আগষ্ট মাহৰ পৰাই সংক্ৰমণ ঘটিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি আগবঢ়াইছে হাভাৰ্ড মেডিকেল স্কুল ৰিচাৰ্ছৰ গৱেষকৰ এটা দলে।

চেটেলাইট আলোকচিত্ৰৰ আধাৰতে গৱেষকৰ দলটোৱে এই তথ্য সংগ্ৰহ কৰিছে বুলি লগতে জনায়।

হাভাৰ্ডৰ গৱেষকৰ দলটোৱে উচ্চ ক্ষমতাযুক্ত চেটেলাইট আলোকচিত্ৰ ব্যৱহাৰ কৰি য়ুহানৰ লগতে বিভিন্ন চিকিৎসালয়ৰ চৌহদৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছে।

হাভাৰ্ড মেডিকেল ৰিচাৰ্ছৰ গৱেষকৰ দলটোৰ এই দাবী শুদ্ধ বুলি প্ৰমাণিত হ’লে পুনৰ বিপদত পৰিব পাৰে চীন।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি স্পেইন, জাপান, অষ্ট্ৰেলিয়া আদি শক্তিশালী দেশে চীনক ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দোষাৰোপ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাকো এইক্ষেত্ৰত দোষাৰোপ কৰিছে।

জাপানে বহু পূৰ্বেই বিশ্ব স্বাস্থ্য সংস্থাক য়ুহান স্বাস্থ্য সংস্থা হিচাপে নামাকৰণ কৰিব লাগে বুলি সমালোচনা কৰিছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd