• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চ ন্যায়ালয়ৰ কঢ়া নিৰ্দেশ : ১৫ জানুৱাৰিৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতক; আৰু সময় দিয়া নহ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2018 9:48 am
Panchayat
603
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ কামৰ অজুহাতত চৰকাৰে পিছুৱাই থকা ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অহা ১৫ জানুৱাৰিৰ ভিতৰত পাতিবলৈ নতুনকৈ চূড়ান্ত সময়সীমা বান্ধি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৯ অক্তোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই নিৰ্দেশটো দিয়ে।

উল্লেখযোগ্য যে যোৱা ১৯ ফেব্ৰুৱাৰিতে বৰ্তমানৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্য্যকাল অন্ত পৰিছে যদিও তেওঁলোকেই এই পৰ্য্যন্ত কাম চলাই নিছে।

আনহাতে ৰাজ্য চৰকাৰক পূৰ্বেও পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সময় ধৰি দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। চৰকাৰে ঘাইকৈ এন আৰ চিত ৰাজ্য চৰকাৰৰ প্ৰায় ৫০ হাজাৰ কৰ্মচাৰী ব্যস্ত থকাৰ অজুহাতত পঞ্চায়ত নিৰ্বাচন পিছুৱাই আহিছিল।

২৯ মে’ত উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশত ৰাজ্য চৰকাৰক ১৫ ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আদেশ দিছিল। কিন্তু চৰকাৰে পুনৰ সেই সময়সীমা বৃদ্ধি কৰিবলৈ আৱেদন জনাইছিল ন্যায়ালয়ত।

এই আৱেদনৰ ৯ অক্তোবৰত শুনানি লৈ সকলো কথা চালি-জাৰি চাই ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চূড়ান্ত সময়সীমা পুনৰ ধৰি দিয়ে চৰকাৰক। সেই অনুসৰি ১৫ জানুৱাৰিৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব চৰকাৰে।

ইয়াৰ লগতে ন্যায়ালয়ে চৰকাৰক পঞ্চায়ত নিৰ্বাচনৰ বাবে পুনৰ সময় বিচাৰিব নোৱাৰিব বুলি কঠোৰভাৱে জনাই দিয়ে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd