• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোনা উল্লাহক “বিদেশী”ত পৰিণত কৰা তদন্তকাৰী বিষয়ালৈ জাননী উচ্চ ন্যায়ালয়ৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 7, 2019 4:40 pm

1 min read

Sona-Ullah-750x375The Indian Army unit at Guwahati’s Narengi area, (Sub Area 51) stands by the Ex Service Man Md. Sona Ullah (ESM) and offers all help to his family
874
VIEWS
Share on FacebookShare on Twitter

এটা গুৰুত্বপূৰ্ণ অগ্ৰগতিত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে “ঘোষিত বিদেশী” সোনা উল্লাহৰ গোচৰটো তদন্ত কৰা আৰক্ষী বিষয়া চন্দ্ৰমললৈ জাননী প্ৰেৰণ কৰিছে।

আৰক্ষী বিষয়া চন্দ্ৰমলৰ লগতে গোচৰটোৰ  জড়িত অসম চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, কেন্দ্ৰীয় চৰকাৰ,  এন আৰ চি কৰ্তৃপক্ষলৈও জাননী জাৰি কৰিছে। এই কথা নৰ্থ-ইষ্ট নাওক জনাইছে সোনা উল্লাহৰ অধিবক্তা বুৰানোৰ ৰহমানে।

অধিবক্তাজনে আৰু লগতে জনায়, সোনা উল্লাহৰ জামিনৰ আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে যদিও আনুষ্ঠানিকভাৱে জামিন দিয়া বা নিদিয়াৰ কথা এতিয়াও ঘোষণা কৰা নাই ন্যায়ালয়ে।

“এতিয়ালৈকে জামিন মঞ্জুৰ কৰিছে নে নাই আমিও গম নাপাওঁ। আজি সন্ধিয়া ৭ মান বজাত অনলাইন যোগে ৰায় দিয়াৰ সম্ভাৱনা আছে”, আদালতৰ অন্য আনুষ্ঠানিকতাৰ মাজেৰে সোমবাৰেহে ঘোষণা কৰিব বুলি জানিবলৈ দি অধিবক্তাজনে কয়।

আনহাতে পুনৰ শুনানিৰ দিনো বৰ্তমানলৈকে আদালতে ঘোষণা কৰা নাই বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিলে অধিবক্তা বুৰানোৰ ৰহমানে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd