• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাইবাৰ অপৰাধীৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ এইচডিএফচি বেংকে মুকলি কৰিলে ‘মুহবন্ধৰাখোঁ’ সজাগতামূলক অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 3:36 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাইবাৰ অপৰাধ প্ৰতিৰোধ প্ৰতি গ্ৰাহকক বিশেষভাৱে সজাগ কৰি তুলিবলৈ এইচডিএফচি বেংকে এক বিশেষ সজাগতামূলক অভিযান আৰম্ভ কৰিছে।

আজি বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলক সজাগ কৰি তুলিবলৈ “মুহবন্ধৰাখোঁ” (MoohBandRakho) নামৰ এক বিশেষ অভিযান মুকলি কৰিছে।

Apply Now

ভাৰত চৰকাৰৰ ছাইবাৰ ছিকিউৰিটিৰ সমন্বয়ক অৱসৰপ্ৰাপ্ত লেফটেন্ট জেনেৰেল ৰাজেশ পণ্ট, এইচডিএফচি বেংকৰ চীফ ৰিস্ক বিষয়া জিমী টাটাই আজি মুকলি কৰা এই অভিযানৰ যোগেদি প্ৰতিষ্ঠানটোৱে সমগ্ৰ দেশত ১ হাজাৰখন সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰিব বুলি বিত্তীয় প্ৰতিষ্ঠানটোৱে এক বিবৃতিৰ যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে।

এই সজাগতামূলক অভিযানৰ যোগে কাৰ্ডৰ তথ্য গোপনে ৰখা, চিচিভি, ম্যাদ উকলি যোৱা তাৰিখ, অটিপি, নেট বেংকিং/মোবাইল বেংকিং লগইন আইডি আৰু ফোনৰ পাছৱৰ্ড আদি গ্ৰাহকসকলক অন্য ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিবলৈ বিত্তীয় প্ৰতিষ্ঠানটোৱে আহ্বান জনাইছে।

ইমেইল, এছএমএছ, আৰু চ’ছিয়েল মিডিয়া আদিৰে সাধাৰণ গ্ৰাহকে বেংকৰ ধন কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি তাৰ বিষয়েও প্ৰতিষ্ঠানটোৱে এই অভিযানৰ যোগেদি গ্ৰাহকক সজাগ কৰি তুলিব।

আন্তঃৰাষ্ট্ৰীয় জালিয়াতি সজাগতা সপ্তাহৰ ২০২০ৰ (১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ) সমৰ্থনত প্ৰতিষ্ঠানটোৱে বিশ্বব্যাপী সম্প্ৰাসৰণ ঘটা জালিয়াতিৰ বিৰুদ্ধে এই অভিযানক এক আন্দোলনৰ ৰূপ দিয়া হৈছে বুলি প্ৰকাশ কৰিছে বেংকটোৱে|

এইচডিএফচি বেংকে আন্তঃৰাষ্ট্ৰীয় জালিয়াতি সজাগতা সপ্তাহৰ ২০২০ত ক্ৰমাগত বাবে দ্বিতীয়বাৰ অংশগ্ৰহণ কৰি “মুহবন্দৰাথোঁ” অভিযান আৰম্ভ কৰা বুলি জনাইছে।

এই সম্পৰ্কীয় অধিক তথ্য বিত্তীয় প্ৰতিষ্ঠানটোৰ ৱেবচাইটতো উপলব্ধ হ’ব।

এই অভিযান সম্পৰ্কে এইচডিএফচি বেংকৰ চীফ ৰিস্ক অফিচাৰ জিমী টাটাই কয়-“এই অভিযানটো অতি প্ৰাসংগিক, কিয়নো অধিক ব্যক্তিয়ে অনলাইনৰ দ্বাৰাই বেংকিং সেৱাৰ সুবিধা উপভোগ কৰে।”

কোনো বেংকে গ্ৰাহকৰ পৰা অ’টিপি, নেট বেংকিঙ, মোবাইল বেংকিঙৰ পাছ্ৱৰ্ড, কাষ্টমাৰ আইডি, বিভিন্ন ইএমআই পেমেন্ট ইউপিআই পিন আদি ফোন কৰি নিবিচাৰে বুলি কৈ এইবোৰ গ্ৰাহকক কোনো ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিবলৈ আহ্বান জনাইছে বিত্তীয় প্ৰতিষ্ঠানটোৱে।

ফোন, এছএমএছ, ইমেইলৰ দ্বাৰা কোনো গোপনীয় বিৱৰণো শ্বেয়াৰ নকৰাৰ লগতে ৰাজহুৱাভাৱে সংযোজিত হোৱা বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰি মোবাইল, টেবলেট, লেপটপৰ পৰা বেংকিং লেনদেন নকৰিবলৈ গ্ৰাহক সতৰ্ক কৰি দিছে বেংকটোৱে|

গ্ৰাহকে ঠিকনা, যোগাযোগ নম্বৰ বা ইমেইল আইডি সলনি কৰিলে বেংকক অৱগত কৰাতো বাধ্যতামূলক। গ্ৰাহকে যিকোনো সহায়ৰ বাবে ৬১৬০৬১৬১ নম্বৰত বা এইচডিএফচি বেঙ্কৰ ফোন বেংকিঙৰ ট’লফ্রী নম্বৰ ১৮০০২৫৮৬১৬১ত ফোন কৰিব পাৰিব৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd