• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৮০ টা সন্তানৰ পিতৃ হৈও নিসংগ জীৱন : লগ পাইছে মাত্ৰ ৬০ টা সন্তানক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 26, 2024 7:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ নিউকেষ্টলৰ এজন ব্যক্তিয়ে বিগত ১৩ বছৰ ধৰি শুক্ৰাণু দান কৰি আহিছে। ব্ৰিটিছ টেবলয়ড মেট্ৰ’ৰ তথ্য অনুসৰি তেওঁ এতিয়ালৈকে প্ৰাকৃতিক প্ৰজনন, আংশিক গৰ্ভধাৰণ আৰু কৃত্ৰিম প্ৰজননকে ধৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি ১৮০টা সন্তানৰ পিতৃত্ব অৰ্জন কৰিছে।

নিজৰ নাম প্ৰকাশ কৰিব নোখোজা ৫২ বছৰীয়া শুক্ৰানু দাতা গৰাকীয়ে কয় যে তেওঁৰ শুক্ৰাণুৰে বহু মহিলাই মাতৃত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু এই কৰ্মৰ বাবে অতিকে নিসংগ হৈ পৰিছে শুক্ৰাণু দাতাগৰাকী।

Apply Now

তেওঁ কয় যে শুক্ৰাণু দাতা হিচাপে কাম কৰাৰ কিছু সীমাবদ্ধতা আছে। ইয়াৰ বাবে তেওঁ পূৰ্ণকালীন চাকৰি কৰিব নোৱাৰে আৰু কাৰো লগত প্ৰেমৰ সম্পৰ্ক ৰাখিব নোৱাৰে। তেওঁ জীৱনত ৰোমাঞ্চৰ বাবে কোনো সময় নাই।

তেওঁ সদায় শুক্ৰাণু দানৰ বাবে সাজু হৈ থাকিব লাগে। কিয়নো কোনো মহিলা হঠাতে ডিম্বাণু নিঃসৰণ কৰিবলৈ সাজু হ’লে তেওঁ লগে লগে শুক্ৰাণু দান কৰিব লাগে।

তেওঁ কয় যে শুক্ৰাণু দানৰ বাবেও তেওঁ বহুত বেয়া কথা শুনিবলগীয়া হৈছিল। বহুতে মন্তব্য কৰে যে তেওঁ কেৱল যৌনতাৰ বাবে এইবোৰ কামত জড়িত।

“যেতিয়া মানুহে কয় যে মই কেৱল যৌন সম্পৰ্কৰ উপায় হিচাপে শুক্ৰাণু দান কৰো তেতিয়া মোৰ খুব দুখ লাগে।” – তেওঁ কয়।

ব্যক্তিগৰাকীয়ে কয় যে মহিলাৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক খুব কমেইহে হয়, সাধাৰণতে মাহত এবাৰ বা দুবাৰ। তেওঁৰ শুক্ৰাণুৰ ফলপ্ৰসূতাৰ বাবে মহিলাসকলক গৰ্ভধাৰণ কৰাত সহায় কৰাটোৱেই তেওঁৰ একমাত্ৰ লক্ষ্য।

উল্লেখ্য যে শুক্ৰাণু দাতা হিচাপে কাম কৰাৰ ফলত তেওঁ নিসংগতাত ভুগিবলৈ আৰম্ভ কৰিছে। কিয়নো তেওঁৰ লগত কোনেও প্ৰেমৰ সম্পৰ্ক গঢ়িব নোখোজে। শুক্ৰাণু দান কৰাৰ বাবেই তেওঁক প্ৰেমিকাই এৰি গৈছিল। 

তেওঁ লগতে কয় যে এই কামৰ বাবে তেওঁ আৰ্থিকভাৱে বাধাগ্ৰস্ত হ’লেও এই কামটো তেওঁ ভাল পায়। তেওঁ কয়, “ধনী হ’বলৈ বহুত উপায় আছে। টকা অবিহনেও মানুহ ধনী হব পাৰি। জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা মই বহুত চহকী, মই পৃথিৱীৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছো। সন্তানহীন মহিলাক সন্তান দি সুখী কৰি তোলাতো অফিচত আঠ ঘণ্টা কাম কৰি টকা উপাৰ্জন কৰাতকৈ অধিক সন্তুষ্টিদায়ক।”

উল্লেখ্য যে ‘ব্ৰিটেইনৰ আটাইতকৈ প্ৰভাৱশালী পিতৃ’ হিচাপে পৰিচত এইজন শুক্ৰাণু দাতাৰ শুক্ৰাণুৰ পৰা ১৮০টা সন্তান জন্ম হৈছে যদিও এতিয়ালৈকে তেওঁ মাত্ৰ ৬০টা সন্তানকহে লগ পাইছে।

প্ৰত্যাহ্বানৰ মাজতো তেওঁ কয় যে তেওঁ মহিলাসকলক গৰ্ভৱতী হোৱাত সহায় কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd