• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই এছ এলৰ বাবে য়ুৰোপিয়ান শৈলীৰ প্ৰশিক্ষণেৰে সাজু নৰ্থ ইষ্ট য়ুনাইটেড : মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নি

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 30, 2019 5:26 pm
NorthEast United FC Head Coach Mr. Robert Jarni, Head of Youth Development Khalid Jamil addressing media peoples at Guwahati press club on 30-08-19 ,upcoming season of Indian Super League ISL Season 6.pix by UB PHOTOS

নৰ্থ-ইষ্ট য়ুনাইটেডৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নিয়ে ইণ্ডিয়ান ছুপাৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড সাজু বুলি মন্তব্য কৰে।

বিগত বৰ্ষৰ তুলনাত এইবাৰ নৰ্থ-ইষ্ট য়ুনাইটেডে অধিক সফলতা লাভ কৰিব বুলি আশাবাদী হৈ থকা প্ৰশিক্ষকগৰাকীয়ে ইতিমধ্যে বিগত সপ্তাহৰ পৰা সৰুসজাই ষ্টেডিয়ামত দলটোৱে পূৰ্ণদ্যমে প্ৰশিক্ষণ চলাই আছে বুলি উল্লেখ কৰে।

Apply Now

আনহাতে, বিগত বৰ্ষত ছেমি ফাইনেলত উপনীত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে শেষৰ ফালে কিছু আত্মবিশ্বাসৰ অভাৱত ভোগা বাবেই ফাইনেল খেলাৰ পৰা বঞ্চিত হ’বলগীয়া হল বুলি উল্লেখ কৰি প্ৰশিক্ষকগৰাকীয়ে এইবাৰ যাতে দলটোৱে অধিক আত্মবিশ্বাসেৰে খেলত অৱতীৰ্ণ হ’ব পাৰে তাৰবাবে খেলুৱৈসকলক সাজু কৰা হৈছে বুলি কয়।

চলিত বৰ্ষত উৰুগুৱেৰ ২১ বছৰীয়া ষ্ট্ৰাইকাৰ মাৰ্টিন চেভেছ নৰ্থ-ইষ্ট য়ুনাইটেডৰ সৈতে চুক্তিবদ্ধ হৈছে।

উৰুগুৱেৰ তাৰকা খেলুৱৈগৰাকীৰ উপৰিও উত্তৰ-পূবৰ চাৰিগৰাকীয়ে খেলুৱৈয়ে এইবাৰ নৰ্থ-ইষ্ট য়ুনাইটেডত স্থান লাভ কৰিছে।

দলত স্থান পোৱা উত্তৰ-পূবৰ খেলুৱৈ কেইগৰাকী হ’ল- অসমৰ ৰাকেশ প্ৰধান, ছিকিমৰ নিম দৰ্জী, মণিপুৰৰ নিনথয় মিটেয় আৰু মিজোৰামৰ লালেংমাও।

সংবাদ মেলখত উপস্থিত থাকি অসমৰ খেলুৱৈ ৰাকেশ প্ৰধানে মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নিৰ পৰা য়ুৰোপিয়ান ফুটবল শৈলীৰ বিষয়ে প্ৰশিক্ষণ লাভ কৰাৰ লগতে এই কৌশল প্ৰয়োগ কৰি বিপক্ষক সলঠেকত পেলাবলৈ সক্ষম হ’ব বুলি কয়।

উল্লেখযোগ্য যে, নৰ্থ ইষ্ট য়ুনাইটেডে ২১ অক্টোবৰত বাংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব যদিও ঘৰৰ মাটিত ২৬ অক্টোবৰতহে দিল্লী ডাইনামোজৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।

সংবাদ মেলখনত মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নি আৰু ৰাকেশ প্ৰধানৰ উপৰিও সহকাৰী প্ৰশিক্ষক ছাছা গালাভাচ, খলিদ জামিলৰ লগতে ষষ্ঠ সংস্কৰণত নৰ্থ ইষ্ট য়ুনাইটেডৰ হৈ খেলিবলগীয়া মিজোৰামৰ তাৰকা খেলুৱৈ লালেংমাও উপস্থিত থাকে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd