• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্কুলত বহি ফেচিয়েলত ব্যস্ত প্ৰধান শিক্ষয়ত্ৰী; কামুৰি তেজ উলিয়াই দিলে ফটো তোলা সহপাঠী শিক্ষয়ত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 19, 2024 1:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্লাছ আৰু কৰ্তব্য এৰি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে স্কুলৰ পাকঘৰত বহি ‘ফেচিয়েল’ কৰি আছিল। এগৰাকী সহকাৰী শিক্ষয়ত্ৰীয়ে ঘটনাৰ ভিডিঅ’ লোৱাত প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে তেওঁক কামুৰি তেজ উলিয়াই দিলে। ছ’চিয়েল মিডিয়াত দুয়োখন ছবি ভাইৰেল হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ শিক্ষা আৰু অভিভাৱক মহলত আলোড়নৰ সৃষ্টি হয়।

ভাইৰেল ভিডিঅ’টোত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সংগীতা সিঙে ক্লাছ এৰি পাকঘৰত বহি বাহিৰৰ পৰা বিউটিচিয়ান আনি ফেচিয়েল কৰি বহি আছিল। অমন খান নামৰ এজন সহকাৰী শিক্ষয়ত্ৰীয়ে ঘটনাৰ ভিডিঅ’ লোৱাত সংগীতাই খঙত তেওঁৰ হাতখন কামুৰি ৰক্তাক্ত কৰি পেলায়।

লগতে পঢ়কঃ গুৱাহাটীত অসমৰ যুৱ ক্ৰিকেটাৰসকলক দিক নিৰ্দেশনা দিব কুমাৰ ছাংগাকাৰাই

Apply Now

এই ঘটনাৰ ছবি বিয়পি পৰাৰ লগে লগে বিঘাপুৰ থানাত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ব্লক শিক্ষা বিষয়াই। বিঘাপুৰ চক্ৰ বিষয়াই এই ঘটনাৰ সত্যতা স্বীকাৰ কৰি সহকাৰী শিক্ষয়ত্ৰীৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায়।

কৰ্তব্যত অৱহেলা, বিদ্যালয় চৌহদলৈ বাহিৰৰ লোকক নিমন্ত্ৰণ কৰি পাৰ্লাৰৰ পৰিৱেশ সৃষ্টি কৰা, সহকাৰী শিক্ষয়ত্ৰীক প্ৰহাৰ আৰু ৰক্তাক্ত কৰাৰ অভিযোগকে ধৰি প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ দাখিল কৰা হৈছে।

ইয়াৰ বাহিৰেও এই ভিডিঅ’টো দেখি নেটজগততো আলোড়নৰ সৃষ্টি হৈছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে। কোনো কোনোৱে কৈছে, চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে কেনেকৈ সাধাৰণ মানুহৰ টকাৰ অপচয় কৰি আছে।

লগতে পঢ়কঃ নিৰ্বাচনী হিংসা! ডিব্ৰুগড়ৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ সহযোগীৰ গৃহত অগ্নিসংযোগ

এজনে মন্তব্য কৰিছে, চৰকাৰী বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু শিক্ষকসকলে বিদ্যালয়খনক বিউটি পাৰ্লাৰলৈ ৰূপান্তৰিত কৰিছে। আন এজন ব্যক্তিয়ে দেৱালত লিখিছে, “‘উত্তম’ প্ৰদেশত শিক্ষাৰ লগতে এটা বিনামূলীয়া স্কিন ফেচিয়েল দিয়া হ’ব।”

#Shocking news Unnao |#यूपी के #उन्नाव में हेड शिक्षिका ने प्राथमिक विद्यालय को बनाया ब्यूटी पार्लर !!

विद्यालय में बच्चो को पढ़ाने के बजाए चल रहा है ब्यूटी पार्लर, हेड शिक्षिका संगीता सिंह का किचन में फेशियल कराते वीडियो !!

शिक्षण के बजाए रसोई घर मे 'फेशियल' करा रही थी हेड… pic.twitter.com/1ujtKvYiNM

— MANOJ SHARMA LUCKNOW UP🇮🇳🇮🇳🇮🇳 (@ManojSh28986262) April 18, 2024

অৱশ্যে চাকৰি আৰু পদোন্নতিৰ প্ৰতি ভয় নকৰি সহকাৰী শিক্ষয়ত্ৰী অমনৰ কামক সকলোৱে একেমুখে প্ৰশংসা কৰে। লগতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ উপযুক্ত শাস্তি বিচাৰিছে। শিশুৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ বাবে তেওঁক চিৰদিনৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈও আহ্বান জনোৱা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd