• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত অসমৰ যুৱ ক্ৰিকেটাৰসকলক দিক নিৰ্দেশনা দিব কুমাৰ ছাংগাকাৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2024 11:19 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উদীয়মান ক্ৰিকেটাৰসকলে শ্ৰীলংকাৰ ক্ৰিকেট কিংবদন্তি কুমাৰ ছাংগাকাৰাৰ পৰা অমূল্য পথ প্ৰদৰ্শনৰ বাবে উৎসাহেৰে সাজু হৈছে।

শ্ৰীলংকাৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ১৬ মে’ত গুৱাহাটীত অসমৰ ১৬ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধৰ ক্ৰিকেটাৰৰ নিৰ্বাচিত গ্ৰুপৰ বাবে মেণ্টৰিং ছেছন অনুষ্ঠিত কৰাৰ কথা।

ৰাজস্থান ৰয়েলছৰ নেতৃত্বত লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱ প্ৰতিভাৰ বিকাশ আৰু অসমৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেট তাৰকাক অনুপ্ৰাণিত কৰা।

Apply Now

অসমৰ ৰিয়ান পৰাগৰ দৰে খেলুৱৈৰ ক্ষেত্ৰত দেখা পোৱা লক্ষণীয় উন্নতিৰ পৰাই ছাংগাকাৰাক এই দায়িত্বলৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃ IPL 2024: পুনৰ সূৰ্যৰ উত্তাপ, বুমৰাহ-কোয়েৎজিৰ বলিং বিক্ৰমেৰে উজলিল মুম্বাই; ৯ ৰানত হৰুৱালে পঞ্জাৱক

ৰাজস্থান ৰয়েলছৰ চিইঅ’ জেক লুছ মেকক্ৰামে অঞ্চলটোৰ পৰা একেধৰণৰ সফলতাৰ কাহিনী তুলি অনাৰ বাবে ফ্ৰেঞ্চাইজিৰ প্ৰতিশ্ৰুতি সদৰী কৰে।

গুৱাহাটী ভ্ৰমণৰ সময়ত মেকক্ৰমে কয়, ‘অসমত এনেধৰণৰ খেলুৱৈ সৃষ্টি কৰিবলৈ আমি আগ্ৰহী।‘

তেওঁ কয়, ‘কুমাৰ ছাংগাকাৰাৰ সৈতে মেণ্টৰশ্বিপ ছেছন অনুষ্ঠিত কৰিলে যুৱ ক্ৰিকেটাৰসকলে শ্ৰেষ্ঠজনৰ পৰা শিকাৰ আৰু নিজৰ দক্ষতা বিকাশৰ এক অনন্য সুযোগ লাভ কৰিব। ক্ৰীড়াত তেওঁলোকৰ শ্ৰীবৃদ্ধি আৰু অগ্ৰগতিৰ বাবে ই অপৰিসীম লাভদায়ক হ’ব।”

ৰাজস্থান ৰয়েলৰ দ্বিতীয় ঘৰ গুৱাহাটীত ১৫ মে’ত পঞ্জাব কিংছৰ বিৰুদ্ধে আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দুখন খেল অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ নিৰ্বাচনী হিংসা! ডিব্ৰুগড়ৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ সহযোগীৰ গৃহত অগ্নিসংযোগ

যোৱা বছৰ গুৱাহাটীত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত দুখন মেচৰ সফল পৰিচালনাৰ পিছত উত্তৰ-পূবৰ দুৱাৰমুখ বুলি পৰিচিত মহানগৰীখনে চলিত বৰ্ষৰ মে’ মাহত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা দুখন মেচ খেলাৰ জৰিয়তে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত পুনৰ আই পি এলৰ উন্মাদনাক আদৰণি জনোৱাৰ কথা।

গুৱাহাটীত অনুষ্ঠিত হোৱা আই পি এল মেচ সন্দৰ্ভত বক্তৱ্য ৰাখি ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয়, ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাটো এক ডাঙৰ অভিজ্ঞতা আছিল। অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল আদৰণি আৰু মৰম দেখুৱাইছিল আৰু এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো।”

তেওঁ লগতে কয়, “দলটোৱে কেৱল ছিজনৰ সময়ছোৱাতে নহয়, বছৰটোৰ আন সময়তো তেওঁলোকৰ সমৰ্থন অনুভৱ কৰিছে। আমি বিশ্বাস কৰোঁ যে ক্ৰিকেটৰ বাতাবৰণটো হৈছে মহান ক্ৰীড়া আৰু মৰমৰ বাতাবৰণ, যিটো আমাৰ দলটোৱে মে’ মাহত খেলপথাৰত প্ৰত্যক্ষ কৰাৰ আশা কৰিছে।’

লগতে পঢ়কঃ গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ দাখিল

অঞ্চলটোলৈ আই পি এল ঘূৰি অহাৰ প্ৰভাৱ সন্দৰ্ভত বৰঠাকুৰে কয়, ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ ঘূৰি অহা আই পি এলে ক্ৰীড়া পৰিৱেশতন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব আৰু জনসাধাৰণৰ মাজত এথলেটিক আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব। আমি বিশ্বাস কৰোঁ যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ নিজেই ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ নেতা হোৱাৰ সম্ভাৱনা আছে আৰু আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তৰ ত্বৰান্বিত কৰিব।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd