• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 12:19 pm

1 min read

COVID19-positive-1140x570

অক্সফোৰ্ডৰ কোভিড-১৯ ভেকচিন, উৎস-ইণ্টাৰনেট

205
VIEWS
Share on FacebookShare on Twitter

কাইলৈৰ পৰা ভাৰতত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদান আৰম্ভ হ’ব।

ক’ৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি গৰ্ভৱতী মহিলা সকলক কোভিড প্ৰতিষেধক গ্ৰহণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে।

ইপিনে, কোভিডৰ প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত যিসকল ব্যক্তিৰ এলাৰ্জি জাতীয় উপসৰ্গই দেখা দিয়ে তেওঁলোকক দ্বিতীয়টো প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু পৰিমাণে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কোভিড-১৯ প্ৰতিষেধক আৰু অন্য প্ৰতিষেধক গ্ৰহণৰ মাজত অতি কমেও ১৪ দিনৰ ব্যৱধান ৰখাৰ বাবেও স্বাস্থ্য মন্ত্ৰ্যালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে।

১৬ জানুৱাৰিত ৰাতিপুৱা ১০.৩০ বজাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে দেশত কোভিড প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচীৰ আৰম্ভণি কৰিব।

ভাৰতত বৰ্তমানলৈ ভাৰত বয়োটেকৰ কোভাক্সিন আৰু চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ডক জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd