• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীনৰ পৰা আজি অসমলৈ আহিব ৫০ হাজাৰ পিপিই কিট্; বৰঝাৰত সংগ্ৰহ কৰিব স্বাস্থ্য মন্ত্ৰী হিমন্তই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 15, 2020 8:41 pm

1 min read

index.jpg44
499
VIEWS
Share on FacebookShare on Twitter

চীনৰ পৰা আজি অসমলৈ আহিব ৫০ হাজাৰ পিপিই কিট্। চীনৰ ৱাংজাওৰ পৰা বিশেষ বিমান যোগে আহিব এই পিপিই কিট্।

আজি সন্ধ্যা ৮:৩০ ত আহি বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ’বহি বিশেষ বিমানখন। সোণাপুৰ জিলা চিকিৎসালয়ত সন্ধ্যা ৭ বজাত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। চীনৰ ৱাংজাওত অৰ্ডাৰ দিছিল ৰাজ্য চৰকাৰে।

তেওঁ আৰু কয় “তিনি চাৰিদিন আহিম আহিম কৈ বিমানখন অহা নাছিল। যদি আজি আহি যায় তেন্তে ৪-৫ মাহলৈ চিকিৎসকে পিপিই কিটৰ বাবে চিন্তা কৰিব নালাগে।”

ৱাংজাওৰ পৰা পোনে পোনে বৰঝাৰ বিমান বন্দৰত আহি নামিবহি বুলি হিমন্তই জানিবলৈ দিয়ে।

ইতিপূৰ্বে ভাৰত চৰকাৰেও ৭০ হাজাৰ কিট চীনৰ পৰা আনিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

কিটসমূহ বিজ্ঞানসন্মত আৰু পৰীক্ষিত বুলি দাবী মন্ত্ৰীগৰাকীৰ।

মন্ত্ৰীগৰাকীয়ে নিজে বৰঝাৰ বিমান বন্দৰৰ পৰা কিটখিনি সংগ্ৰহ কৰিব বুলি সংবাদমেলত জনায়।

এই কিটসমূহ আহিলে ৰাজ্য চৰকাৰৰ হাতত মুঠ ১ লাখ ৫০ হাজাৰ কিট জমা হ’ব বুলি তেওঁ কয়।

Tags: COVID-19

Recent News

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

bhaba

সিদ্ধান্ত চূড়ান্ত: শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হ’ব অখিল গগৈ, মনোনয়ন পত্ৰ সংগ্ৰহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd