• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোৱাৰেন্টাইনত থকাৰ বাবে পিতৃৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত সোণাপুৰৰ এজন স্বাস্থ্য কৰ্মী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2020 1:19 pm
WhatsApp Image 2020-04-18 at 12.19.02 PM

কোৱাৰেন্টাইনত থকা স্বাস্থ্যকৰ্মী মুকেশ উংতি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিতৃৰ আকস্মিক বিয়োগত কাষৰ পৰা মৃতদেহ চাব নোৱাৰিলে এজন স্বাস্থ্য কৰ্মীয়ে। সোণাপুৰৰ নৰতাপ আমগুৰিৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে তেওঁৰ মৰ্মবেদনা প্ৰকাশ কৰিছে ।

আনকি, নিজৰ পিতৃৰ বিয়োগৰ পাছতো ঘৰত থাকিব নোৱাৰিলে এইগৰাকী স্বাস্থ্য কৰ্মী।

Apply Now

এফালে পিতৃৰ বিয়োগৰ বেদনা আৰু আনফালে কোৱাৰেন্টাইন কক্ষত আবদ্ধ এজন চিকিৎসা কৰ্মী।

চিকিৎসাকৰ্মী কৰ্মীজনৰ নাম মুকেশ ইংতি। তেওঁ বৰ্তমান গুৱাহাটীৰ পল্টনবজাৰৰ হোটেল কণ্টোৰত কোৱাৰেন্টাইন হৈ আছে।

কোৱাৰেন্টাইনত থকা অৱস্থাত যোৱা ১৪ এপ্ৰিলৰ পুৱা যুৱকজনৰ পিতৃ পদুম ইংতিৰ আকস্মিক মৃত্যু হয় ।

নিজ পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে কোৱাৰেণ্টাইনত থকা মুকেশে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে ।

মুকেশে অৱগত কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে পদুমক আহিবলৈ অনুমতি প্ৰদান কৰে।

বিভাগীয় কৰ্তৃপক্ষই ১৪ এপ্ৰিলৰ পুৱা ৭-৩০ বজাত মুকেশক হোটেলৰ পৰা এখন বিশেষ বাহনেৰে প্ৰথমাৱস্থাত সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ আনে তাৰ পিছত সোণাপুৰ জিলা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা সম্পন্ন কৰি নিজ গৃহলৈ যাবলৈ দিয়ে ।

অৱশ্যে কোৱাৰেণ্টাইনত থকা কৰ্মীজনক স্বাস্থ্য বিভাগে সোণাপুৰ জিলা চিকিৎসালয়ৰ পৰা পি পি ই কিট পৰিধান কৰিহে যাবলৈ অনুমতি দিলে ।

দিনৰ ১০ বজাত স্বাস্থ্য কৰ্মীজনে দূৰৈৰ পৰাই অন্তিম শয়নত থকা পিতৃক চাবলৈ সক্ষম হয় ।

দূৰৈৰ পৰা পিতৃক অন্তিম শয়নত দৰ্শন কৰাৰ পিছতে পুনৰ কোৱাৰেণ্টাইনত থকা পল্টন বজাৰ স্থিত হোটেল কণ্টোৰলৈ তেওঁ উভতি যাবলগীয়া হয় ।

নিজৰ পিতৃৰ অন্তিম সংস্কাৰতো অংশগ্ৰহণৰ পৰা বঞ্চিত যুৱকজন এতিয়া খুবেই মৰ্মাহত।

এনে এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ ডিমৰীয়াতে শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে, যোৱা ৮ এপ্ৰিলৰ পৰা কোৱাৰেণ্টাইনতত আছে যুৱকজন।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওৰ জৰিয়তে সেই দুখলগা ঘটনা বিৱৰী কৈছে যুৱক জনে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd