• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ তিনিজন অভিযুক্তক জামিন : ৰাকেশ পালৰ জামিনৰ শুনানি পিছুৱালে ৩০ অক্টোবৰলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 9:31 am
assam-1-570x320
350
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ কেলেংকাৰিৰ গোচৰত শুকুৰবাৰে পুনৰ তিনি অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। নিশামণি ডেকা, পল্লৱী শৰ্মা চৌধুৰীৰ আৰু অলপতে গ্ৰেপ্তাৰ হোৱা এ চি এছ বিষয়া উৎপল ভূঞাৰ জামিন আবেদন ন্যায়ালয়ে মঞ্জুৰ কৰিছে।

উল্লেখযোগ্য যে নিশামণি ডেকা আৰু পল্লৱী শৰ্মা চৌধুৰী গ্ৰেপ্তাৰ হৈ বৰ্তমান জে’লত থকা ক্ৰমে বিকাশ কুমাৰ পিঞ্চা আৰু সুৰজিৎ চৌধুৰীৰ পত্নী। ন্যায়পালিকাক মেনেজ কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত সাঙোৰ খাই পৰা বিতৰ্কিত ব্যৱসায়ী সুৰজিৎ চৌধুৰীৰ লগতে এই অভিযোগত কৰ বিষয়া বিকাশ পিঞ্চাও আনকি সাঙোৰ খাই পৰিছিল।

আনহাতে, যোৱা কেইদিনত ধাৰাবাহিকভাৱে চৰ্তসাপেক্ষে ৪১জন ৰাজপত্ৰিত বিষয়াৰ জামিন মঞ্জুৰ কৰা উচ্চ ন্যায়ালয়ে অভিযুক্ত ৰাজপত্ৰিত বিষয়া জয়দেৱ মহন্ত আৰু ন্যায়পালিকাক মেনেজৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অধিবক্তা শৈলেন শৰ্মা বৰুৱাৰ জামিন আৱেদন নাকচ কৰে।

ইপিনে, এ পি এছ চিৰ বহু বিতৰ্কিত অপসাৰিত অধ্যক্ষ ৰাকেশ পালৰ মুক্তি পুনৰ অনিশ্চয়তাৰ দিশে গতি কৰিছে। ভঙাগড় থানাৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰিৰ ১৫৯/১৭ নম্বৰ গোচৰত শুকুৰবাৰে পালৰ জামিন আৱেদনৰ শুনানিৰ দিন আছিল যদিও আদালতে এই আৱেদনৰ শুনানি লৈ অহা ৩০ অক্টোবৰত এই গোচৰৰ শেহতীয়া কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ জাৰি কৰে।

ইপিনে, শেহতীয়াকৈ ৰাকেশ পালৰ বিৰুদ্ধে চি আই ডিয়েও উৎকোচৰ আন এক গোচৰ ৰুজু কৰিছে আৰু এই গোচৰত ৰাকেশ পালক অচিৰেই পুনৰ গ্ৰেপ্তাৰ কৰাটো নিশ্চিত হৈ পৰিছে। সেয়েহে এটা গোচৰত জামিনৰ সম্ভাৱনা থাকিলেও আন এটা গোচৰত ৰাকেশ পালৰ কাৰাবন্দী জীৱন অব্যাহত থকাটো প্ৰায় নিশ্চিত।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd