DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান : আজি উচ্চ ন্যায়ালয়ত প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহৰ জামিন আৱেদনৰ শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2019 7:31 am
Untitled-1-copy-1140x570

ফটো : নৰ্থইষ্ট নাও

733
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰা হ’ব। তদুপৰি, সেনা বিষয়াগৰাকীৰ জামিন আৱেদনৰো শুনানি আদালতে গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে যোৱা ৩ মে’ত প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহৰ পৰিয়ালে গোচৰটোৰ শুনানিৰ বাবে আৱেদন জনাইছিল। কিন্তু গোচৰটো শুনানিৰ বাবে তালিকাভুক্ত নোহোৱাৰ বাবে সেইদিনা আদালতে শুনানি গ্ৰহণ কৰা নাছিল।

আনহাতে, সোণাউল্লাহৰ হৈ আদালতত যুক্তিই প্ৰদৰ্শন কৰিব উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে। কোনো পাৰিশ্ৰমিক নোলোৱাকৈ প্ৰাক্তন সেনা বিষয়াগৰাকীৰ হৈ জয়সিঙে যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীক সহযোগ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে।

প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহক বিদেশী ঘোষণা কৰা বিষয়টোৱে বৰ্তমান সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বকোৰ বিদেশী ন্যায়াধিকৰণে সোণাউল্লাহক বিদেশী ঘোষিত কৰাৰ পাছত তেওঁ বৰ্তমান গোৱালপাৰাৰ ডেটিনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাইছে।

Recent News

Explosion hits Kabul mosque নামাজৰ সময়তে আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ, ২১ জনৰ মৃত্যু, বহু লোক আহত

Explosion hits Kabul mosque নামাজৰ সময়তে আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ, ২১ জনৰ মৃত্যু, বহু লোক আহত

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd