DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উত্তপ্ত ভাৰত-চীন সীমান্ত : লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 2:03 pm
index.jpg2

ফাইল ফটো: জী নিউজৰ সৌজন্যত

6.2k
VIEWS
Share on FacebookShare on Twitter

উত্তপ্ত হৈছে উঠিছে লাডাখৰ ভাৰত-চীন সীমান্ত।

লাডাখৰ ভাৰত-চীন সীমান্তত দুই দেশৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে ভাৰতীয় সেনাবাহিনীৰ এজন কৰ্ণেলসহ দুজনকৈ সেনা জোৱান।

সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যই হঠাতে কৰা আক্ৰমণত নিহত হৈছে কৰ্ণেলসহ ভাৰতীয় সেনা জোৱান দুজন।

লগতে পঢ়ক : ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

উল্লেখ্য যে ১০ দিনীয়া দুই দেশৰ মাজত অব্যাহত থকা সেনাৰ বিগ্ৰেডিয়াৰ পৰ্যায়ৰ বৈঠকৰ পাছতে চীনা সৈন্যই হঠাতে ভাৰতীয় সেনাক আক্ৰমণ কৰে।

ভাৰতীয় সেনা বাহিনীয়ে মঙ্গলবাৰে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সংঘাত সন্দৰ্ভত বিৰোধীক কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

“গালৱান উপত্যকাৰ উত্তেজনা নিৰসনৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে কালি নিশা এক সংঘৰ্ষ তথা মৃত্যুৰ ঘটনা ঘটিছে। ভাৰতীয় সেনাৰ এক বিষয়া আৰু দুজন জোৱানৰ মৃত্যু হৈছে। দুই পক্ষৰ সেনা বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৈঠকত অংশগ্ৰহণ কৰিছে।” ভাৰতীয় সেনা বাহিনীৰ বিবৃতিত প্ৰকাশ।

লগতে পঢ়ক : লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

কিছু সময়ৰ পিছতে সেনা বাহিনীয়ে এই বিষয়টো সন্দৰ্ভত সংবাদ মেলৰ আয়োজন কৰি পৰিস্থিতিৰ ব্যাখ্যা কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কত কি ক’লে স্থলসেনা প্ৰধান জেঃ মনোজ মুকন্দই?

(আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ঘটনা সন্দৰ্ভত বিস্তাৰিতভাৱে প্ৰকাশ কৰা হ’ব।)

Recent News

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd