• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত ৰাজভৱনলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2020 7:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ খাৰঘূলিত ৰাজভৱনলৈ যোৱা পথত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

আজি বিয়লিভাগত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

Apply Now

যিকোনো মুহূৰ্তত সেই অঞ্চলটোত সৃষ্টি হ’ব পাৰে ভয়ংকৰ পৰিবেশৰ। সেই আশংকা কৰিয়েই বৰঠাকুৰ ক্লিনিক আৰু নাৰ্ছিং হোম বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

বৰঠাকুৰ ক্লিনিকৰ ১০১ নং কোঠাৰ খিৰিকি শিলৰ টুকুৰা পৰি ভাঙি যোৱা বুলি জানিব পৰা গৈছে।

এক জাননী যোগে কামৰূপ মহানগৰ জিলা উপায়ুক্তই চিকিৎসক-নাৰ্ছ আৰু ৰোগীসকলক স্থানান্তৰ কৰি হাস্পতাল খালি কৰাৰ নিৰ্দেশ দিয়াৰ লগতে হাস্পতালখন ছীল কৰি দিয়া হ’ব বুলি উল্লেখ কৰিছে।

উক্ত নাৰ্ছিংহোমখন পাহাৰৰ কাষত থকা বাবে যিকোনো মুহূৰ্তত ভূমিস্খলন হৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰোপৰি ৰাজভৱনৰ পাছফালে থকা ব্ৰহ্মপুত্ৰ গাৰ্ড ৱালখনো বিপদজনক অৱস্থাত আছে বুলি নিৰ্দেশনাটোত কোৱা হয়।

উল্লেখযোগ্য যে কিছুদিন ধৰি পুৱাৰ ভাগৰ পৰা দুপৰীয়া ভাগলৈকে নেৰা-নেপেৰা বৰষুণ দি থকাৰ ফলত মহানগৰীত ভূমিস্খলনৰ ঘটনা বৃদ্ধি পাইছে।

কালি মহানগৰীৰ কাহিলীপাৰাত গাৰ্ডৱাল খহি পৰি পাৱাৰ হাউছৰ সমীপৰ এটা গৃহ সম্পূৰ্ণৰূপে ভাঙি পৰাৰ লগতে তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে এগৰাকীয়ে মৃত্যুক সাবটি লয়।

ইয়াৰ উপৰি কালিৰ দিনটোতে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত বৌদ্ধ মন্দিৰৰ কাষত ভূমিস্খলন হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ হৈ পৰিছল, যাৰ ফলত সেই পথেৰে গুৱাহাটীলৈ আহ-যাহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd