• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাঁচীত হেমন্ত চোৰেনৰ শপত গ্ৰহণত ঐক্যবদ্ধ হ’ব বিজেপি বিৰোধী শক্তি? এদিন পূৰ্বেই উপস্থিত মমতা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 8:20 am
27brk-soren

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া হেমন্ত চোৰেন আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি বিজেপিৰ আগ্ৰাসন উফৰাই আদিবাসী প্ৰধান ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে হেমন্ত চোৰেন।

দেওবাৰে চোৰেন দেশৰ কনিষ্ঠতম মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰিত অতিথিৰ তালিকাত কোন কোন থাকিব তাক লৈয়েই এতিয়া চৰ্চা চলিছে।

Apply Now

যোৱা ২৩ ডিচেম্বৰত ঝাৰখণ্ডত কংগ্ৰেছ, জেএমএম, আৰজেডি জোঁটৰ বিজয় সাৱ্যস্ত হোৱাৰ সময়ত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনক বিভিন্ন নেতাই শুভেচ্ছা জনাইছিল।

এতিয়া দেওবাৰে চোৰেনৰ শপত গ্ৰহণ অনুষ্ঠানত এনে বহু নেতাৰ যোগদান নিশ্চিত হোৱা বুলি গম পোৱা গৈছে।

ইতিমধ্যে, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সপত গ্ৰহণ অনুষ্ঠানত যোগদানৰ বাবে এদিন পূৰ্বেই গৈ ৰাঁচীত উপস্থিত হৈছেগৈ।

মমতাৰ উপৰি শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন বিজেপি বিৰোধী দলৰ নেতা উপস্থিত থকাৰ কথা।

সূত্ৰ অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীকো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, নেতা ৰাহুল গান্ধীকো জনোৱা হৈছে নিমন্ত্ৰণ।

হেমন্ত চোৰেনে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে এন চি পি নেতা শাৰদ পাৱাৰ, বিএছপি নেত্ৰী মায়াৱতী, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ লগতে ৰাজস্থান তথা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীকো।

দেওবাৰে শপত গ্ৰহণ অনুষ্ঠানত এই নেতাসকলৰ কোন কোন উপস্থিত থাকে সেয়া লক্ষণীয় হৈ পৰিছে।

হেমন্ত চোৰেনৰ দেওবাৰৰ শপত গ্ৰহণ অনুষ্ঠান অন্য এক দিশৰ পৰাও তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত বিজেপি বিৰোধী দলবিলাকৰ মাজত সমন্বয় গঢ়ি তোলাৰ মঞ্চ হিচাপেও গঢ়ি উঠিব পাৰে চোৰেনৰ শপত গ্ৰহণ মঞ্চ।

ৰাঁচীৰ হেমন্ত চোৰেনৰ শপত গ্ৰহণ অনুষ্ঠান নাগৰিকত্ব সংশোধনী আইন, এন আৰ চি বিৰোধী আন্দোলনক শক্তিশালী কৰি তোলাৰ এক সুযোগ হ’ব পাৰে বিৰোধীসকলৰ বাবে। বিৰোধীয়ে এই সুযোগ অৱশ্যেই এৰি দিব নিবিচাৰিব।

মমতাৰ উপৰি ছোনিয়া গান্ধী, শাৰদ পাৱাৰকে ধৰি বিভিন্ন বিৰোধী নেতাৰ উপস্থিতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সেয়েহে, ৰাঁচীত হেমন্ত চোৰেনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৰাজনৈতিক মহলে দৃষ্টি ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd